• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিবং ছিংফৌ গাঁৱত ৱাৰ্নাচাৰ মহা থেৰাৰ স্মৃতিত ৰথোৎসৱৰ প্ৰস্তুতি : অভ্যৰ্থনা সমিতি গঠন

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 7, 2018 7:53 pm
barnachar
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰ্ঘেৰিটাৰ ডিবং বৌদ্ধ মন্দিৰৰ বিহাৰাধ্যক্ষ (ভান্তে) ৱাৰ্নাচাৰ মহা থেৰাৰ পৰিনিৰ্বাণ প্ৰাপ্তিৰ স্মৃতিত অহা বৰ্ষৰ ২০,২১ আৰু ২২ জানুৱাৰী তাৰিখে তিনিদিনীয়া কাৰ্য্যসূচীৰে ডিবং ছিংফৌ গাঁৱত ‘পয় লেং’ অৰ্থাৎ ৰথোৎসৱৰ আয়োজন কৰা হৈছে।

এই উপলক্ষে ৱৰধৰ্ম ভিক্ষুক সভাপতি, প্ৰবিন চাইকোক কাৰ্য্যকৰী সভাপতি, নন্দিছেন মাছেক সম্পাদক  আৰু প্ৰজ্ঞাদীপ ভিক্ষুক কোষাধ্যক্ষ হিচাপে লৈ এখন ক্ষমতাশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে।

Apply Now

এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এখন বৃহৎ আকাৰৰ স্মৃতিগ্ৰন্থ প্ৰকাশৰো দিহা কৰা হৈছে। স্মৃতিগ্ৰন্থখনত প্ৰকাশৰ বাবে সদাশয় ব্যক্তিৰ পৰা গুৰুজনাৰ কৰ্মৰাজি আৰু বৌদ্ধ ধৰ্মৰ ওপৰত লেখা আহ্বান  কৰিছে। স্মৃতিগ্ৰন্থ সম্পাদকদ্বয় সঞ্জীৱ উলুপ আৰু জহম ছিংফৌৰ সৈতে যোগাযোগৰ বাবে ৮৪৭১৮৯৬৯৪৭ মোবাইল নম্বৰত আৰু ইমেইল ঠিকনা [email protected] লেখাসমূহ প্ৰেৰণ কৰিবলৈ আহ্বান  জনাইছে।

এই ‘পয় লং’ অনুষ্ঠানত থাইলেণ্ড , ম্যানমাৰ , শ্ৰীলংকাৰ ওপৰিও বিভিন্ন দেশৰ প্ৰায় ৩ লাখৰো অধিক ভক্তৰ সমাগম হ’ব বুলি উদ্যোক্তা সকলে আশা কৰিছে। উল্লেখ যে পূৰ্বাঞ্চল বৌদ্ধ সংঘৰ সদ্যঃ প্ৰয়াত সভাপতি তথা মাৰ্ঘেৰিটাৰ ডিবং বৌদ্ধ মন্দিৰৰ বিহাৰাধ্যক্ষ ( ভান্তে) ৱাৰ্নাচাৰ  ভীক্ষুৱে ২০১৮ৰ ২২মে’ত ৮২ বছৰৰ বয়সত  ডিবং বৌদ্ধ মন্দিৰত পৰিনিৰ্বাণ  লাভ কৰে।

ধৰ্মগুৰু গৰাকী কেইদিনমান ধৰি বাধৰ্ক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল।  ১৯৩৬ চনৰ ২৩ এপ্ৰিলত জন্ম লাভ কৰা ধৰ্মগুৰু গৰাকীয়ে ১০ বছৰ বয়সৰ পৰাই ধৰ্ম শিক্ষা লৈছিল।

শ্ৰীলংকা আৰু বিহাৰৰ নালন্দা বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰা ধৰ্মগুৰুগৰাকীয়ে দৰঙ্গ সংস্কৃত বিশ্ববিদ্যালয়ৰ পৰা আচাৰ্য উপাধি আৰু মগধ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী  লাভ কৰিছিল।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ  অন্তৰ্গত ডিবং বৌদ্ধ মন্দিৰত অধ্যক্ষ হিচাবে দায়িত্বভাৰ গ্ৰহণ কৰি অসম, অৰুণাচলৰ উপৰিও বিদেশতো বৌদ্ধধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল।

পৰিনিৰ্বাণ প্ৰাপ্তিৰ পূৰ্বে এই ধৰ্মীয় গুৰুজনাক ম্যানমাৰ আৰু থাইলেণ্ড চৰকাৰেও সম্মান জনাইছিল। অন্যহাতে মৃত্যু পৰ্যন্ত তেওঁ পূৰ্বাঞ্চল বৌদ্ধ ভিক্ষু সংঘৰ সভাপতিৰ দায়িত্ব অলংকৃত কৰি আছিল। বৌদ্ধধৰ্ম সম্পৰ্কীয় বহু সংখ্যক প্ৰৱন্ধ লেখা মেলাৰ জৰিয়তে ৱাৰ্নাচাৰ মহাথেৰাই শান্তিৰ বাণী বিলাইছিল।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm
শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

September 10, 2026 2:38 pm
পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

September 10, 2026 1:03 pm
জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm
শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

September 10, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd