DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মূল্যবৃদ্ধিৰ মাধমাৰ! একেবাৰতে বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বাঢ়িল ২৫০টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 1, 2022 10:20 am
lpgcylinder-gets-expensive

প্রতিনিধিত্বমূলক ফটো।

170
VIEWS
Share on FacebookShare on Twitter

দেশত মূল্যবৃদ্ধিৰ গতি যেন থমকি ৰোৱাৰ কোনো লক্ষণেই নাই। এইবাৰ বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম একেবাৰতে বৃদ্ধি কৰা হ’ল ২৫০টকা। ইয়াকে লৈ বিগত দুমাহত ১৯ কেজিৰ বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম প্ৰায় ৩৫০টকা বৃদ্ধি পালে।

স্বাভাৱিকতে হোটেল ব্যৱসায়ীৰ লগতে পৰোক্ষভাৱে পণ্যৰ বজাৰত ইয়াৰ প্ৰভাৱ পৰিব আৰু সাধাৰণ জনতাই ইয়াৰ পৰিণাম ভূগিব।

লগতে পঢ়ক: আমেৰিকাৰ সকীয়নি! আকৌ চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা উলংঘা কৰিলে ৰাছিয়াই ভাৰতক সহায় নকৰে

শুকুৰবাৰৰ পৰা দিল্লীত ১৯ কেজিৰ বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰ ২,২৫৩টকা বিক্ৰী হ’ব। যোৱা দুমাহত এই চিলিণ্ডাৰৰ দাম ৩৪৬ টকা বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে যোৱা ১ মাৰ্চত এই চিলিণ্ডাৰৰ দাম ১০৫টকা বৃদ্ধি কৰা হৈছিল। তাৰপিছতে যোৱা ২২ মাৰ্চত মাত্ৰ ৯টকা হ্ৰাস কৰা হয় যদিও এইবাৰ পুনৰ ২৫০ টকা বৃদ্ধি কৰা হ’ল।

লগতে পঢ়ক: ৰাজ্যসভালৈ নিৰ্বাচিত বিজেপি মিত্ৰজোঁটৰ দুই প্ৰাৰ্থী; বিতৰ্কৰ মাজত বিৰোধী ঐক্য

অৱশ্যে, ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম এইবাৰ বৃদ্ধি কৰা নাই। কিন্তু যোৱা মাহৰ আৰম্ভণিতে ১৪কেজিৰ এই চিলিণ্ডাৰৰ দাম ৫০টকা বৃদ্ধি কৰা হৈছিল। গুৱাহাটীত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ১০০০টকা অতিক্ৰম কৰিছে।  

Recent News

“মহিলাক যৌন নিৰ্যাতন চলোৱা সকলো ভাড়াঘৰৰ মালিকক মাৰি খতম কৰি দিব লাগে”:হত্যাত অভিযুক্ত ধৰণী ডেকাৰ বিস্ফোৰণ

“মহিলাক যৌন নিৰ্যাতন চলোৱা সকলো ভাড়াঘৰৰ মালিকক মাৰি খতম কৰি দিব লাগে”:হত্যাত অভিযুক্ত ধৰণী ডেকাৰ বিস্ফোৰণ

মানৱকেন্দ্ৰিক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক,অমানৱীয় উচ্ছেদ বন্ধ কৰক:অসম নাগৰিক সমাজ

মানৱকেন্দ্ৰিক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক,অমানৱীয় উচ্ছেদ বন্ধ কৰক:অসম নাগৰিক সমাজ

Rajya Sabha Secretariat

দুবছৰ বিৰতিৰ পাছত ৰাজ্যসভা সচিবালয়ত উপস্থিতিৰ প্ৰামাণিকৰ বাবে পুনৰ বায়োমেট্ৰিক পদ্ধতি

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd