• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চামগুৰিত মধ্য অসম মণ্ডল আয়ুক্তৰ ভোটাৰ তালিকা সংশোধন সম্পৰ্কত ক্ষেত্ৰ পৰিদৰ্শন

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
October 10, 2018 7:32 pm
Chamaguri
162
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰিকে ধৰি নগাঁও সদৰ, বঢ়মপুৰ, ৰহা আদি বিধানসভা সমষ্টিত আজি মধ্য অসম মণ্ডলৰ আয়ুক্তই ভোটাৰ তালিকা সংশোধন সম্পৰ্কত এক ক্ষেত্ৰ ভিত্তিত পৰ্য্যলোচনা তথা ভোট কেন্দ্ৰৰ সূচলতা সম্পৰ্কে পৰিদৰ্শন কৰে৷

দিনৰ প্ৰায় ১১ বজাত নগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত মধ্য অসম মণ্ডলৰ আয়ুক্ত আহমেদ হুছেইনে জিলাখনৰ নিৰ্বাচক পঞ্জীয়ন বিষয়া সকলৰ সৈতে ভোটাৰ তালিকা সংশোধন সম্পৰ্কে এখনি পৰ্যালোচনা সভা অনুষ্ঠিত কৰাৰ পিছতে বিয়লি প্ৰায় ২ মান বজাত নগাঁও জিলাৰ ৮৮ নং চামগুৰি বিধান সমষ্টিৰ সূতাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৭৪ নং পানীগাঁও পহুকটা ভোট কেন্দ্ৰৰ অৱস্থিতিৰ বুজ লয়।

তেওঁৰ সৈতে ক্ষেত্ৰ ভিত্তিক পৰ্যালোচনা কৰিবলৈ অহা নগাঁও জিলা নিৰ্বাচনী বিষয়া ৰাজ বৰুৱা আৰু সহকাৰী নিৰ্বাচনী পঞ্জীয়ক বিষয়া হিৰণ্য কুমাৰ চমুৱাই প্ৰথমে ৭৪ নং পানীগাঁও পহুকটা ভোট কেন্দ্ৰৰ অৱস্থিতি বুজ লৈ কেন্দ্ৰ পৰ্যায়ৰ বিষয়া ৰত্ন কান্ত বৰাৰ সৈতে মিলিত হৈ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত, নাম কৰ্ত্তন, শুদ্ধৰণি আদি কাম-কাজৰ পৰ্যালোচনা কৰে।

পৰৱৰ্তী সময়ত পুৰণিগুদাম পাৰঘাট পানীগাঁৱত অৱস্থিত ৭২ নং আৰু ৭৩ নং ভোট কেন্দ্ৰৰ বিষয়া প্ৰণামী কলিতা আৰু গোবিন শইকীয়া লগত মিলিত হৈ কাম-কাজৰ পৰ্যালোচনা কৰাৰ লগতে বঢ়মপুৰ, ৰহা, সদৰ আদি বিধানসভা সমষ্টিত ক্ষেত্ৰভিত্তিক পৰ্যালোচনা কৰে।

Recent News

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd