DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 12, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত লোক সংস্কৃতিৰ আধাৰত ব্যতিক্ৰমী প্ৰতিযোগিতা

নিৰ্মলেন্দু পাঠক, টীয়ক by নিৰ্মলেন্দু পাঠক, টীয়ক
December 22, 2021 5:54 pm
173
VIEWS
Share on FacebookShare on Twitter

টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ উদ্যোগত তথা অসম চৰকাৰৰ বিশেষ আঁচনি RMSA ৰ অধীনত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বুধবাৰে কিশোৰ- কিশোৰীৰ সবলীকৰণ আৰু সামাজিক পৰিবৰ্তনত লোকসংস্কৃতিৰ প্ৰভাৱ শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয়।

প্ৰায় পাঁচ শতাধিক ছাত্ৰী উপস্থিত থকা এই প্ৰতিযোগিতাৰ ন’ডেল শিক্ষক হিচাপে বিদ্যালয়ৰ শিক্ষয়ত্ৰী এনিশা ফুকনে উক্ত অনুষ্ঠানৰ আত ধৰে আৰু উক্ত কাৰ্যসূচীৰ গুৰুত্ব তথা প্ৰয়োজনীয়তাৰ সম্পৰ্কে বিশেষ বক্তব্য আগবঢ়ায় বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ শইকীয়াই।

উক্ত সাংস্কতিক প্ৰতিযোগিতাত বিশিষ্ট অতিথি হিচাপে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডা: মহানন্দ নেওগ আৰু বিচাৰক হিচাপে জগদুৱাৰ হাইস্কুলৰ সংগীত বিভাগৰ শিক্ষয়ত্ৰী লিপিকা বৰুৱা উপস্থিত থাকে ।

উল্লেখযোগ্য যে উক্ত প্ৰতিযোগিতাত ছাত্ৰীসকলে ৰাগীয়াল দ্ৰব্য,বাল্য বিবাহ, মাদক দ্ৰব্য সেৱনকে ধৰি সমাজবিৰোধী বহুতো সমস্যা নাটক,বিহু,দিহানাম,বিয়ানাম আদিৰ মাধ্যমেৰে উপস্হাপন কৰি ৰাইজৰ মাজত সজাগতা অনাৰ যি প্ৰচেষ্টা কৰিছে সেয়া অতি প্ৰশংসনীয়।অনুষ্ঠানৰ শেষত বিজয়ীসকলক মানপত্ৰ সহ উপহাৰেৰে পুৰস্কৃত কৰা হয়।

Recent News

Russia-Ukraine War: ইউক্ৰেইনৰ পাৰমাণৱিক কেন্দ্ৰত পুনৰ একাধিক বিস্ফোৰণ

Russia-Ukraine War: ইউক্ৰেইনৰ পাৰমাণৱিক কেন্দ্ৰত পুনৰ একাধিক বিস্ফোৰণ

Taliban cleric Haqqani killed: কাবুলৰ আত্মঘাতী আক্ৰমণত নিহত তালিবান ধৰ্মগুৰু শ্বেখ ৰহিমুল্লাহ হাক্কানি

Taliban cleric Haqqani killed: কাবুলৰ আত্মঘাতী আক্ৰমণত নিহত তালিবান ধৰ্মগুৰু শ্বেখ ৰহিমুল্লাহ হাক্কানি

ৰাছিয়াৰ হৈ চোৰাংচোৱা কৰাৰ অভিযোগত বিচাৰৰ সন্মুখীন জাৰ্মানীৰ সামৰিক বিষয়া

ৰাছিয়াৰ হৈ চোৰাংচোৱা কৰাৰ অভিযোগত বিচাৰৰ সন্মুখীন জাৰ্মানীৰ সামৰিক বিষয়া

অসমীয়াৰ বাবে ৮০ শতাংশ চাকৰি সংৰক্ষণ: ৰাজহুৱা স্বাৰ্থজনিত আৱেদন গ্ৰহণ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

অসমীয়াৰ বাবে ৮০ শতাংশ চাকৰি সংৰক্ষণ: ৰাজহুৱা স্বাৰ্থজনিত আৱেদন গ্ৰহণ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd