• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীয়ে বিধায়ক পুঁজি লগাইছে খ্ৰীষ্টান ধৰ্ম প্ৰসাৰত : প্ৰাক্তন আৰ এছ এছ নেতা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 26, 2019 9:59 pm
Boro Baptist convention Udalguri

প্ৰতিনিধিত্বমূলক ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ এজন কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে স্থানীয় এলেকা উন্নয়নৰ পুঁজি খ্ৰীষ্টান ধৰ্ম প্ৰসাৰত ব্যৱহাৰ কৰিছে বুলি গুৰুতৰ অভিযোগেৰে বিধানসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে লিগেল ৰাইটছ অবজাৰ্ভেটৰি (Legal Rights Observatory) নামৰ সংগঠন এটাই।

লিগেল ৰাইটছ অবজাৰ্ভেটৰি আৰ এছ এছৰ সৈতে সম্পৰ্কিত আৰু সংগঠনটোৰ মুৰব্বী বিনয় যোশী এজন প্ৰাক্তন আৰ এছ এছ কৰ্মী।

Apply Now

যোশীয়ে মুম্বাই ঠিকনাৰ পৰা প্ৰেৰণ কৰা এই পত্ৰখনৰ একোটা প্ৰতিলিপি সংবাদ মাধ্যমলৈও প্ৰেৰণ কৰিছে।

“ওদালগুৰিৰ বিধায়ক আৰু অসমৰ কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে বিধায়কৰ স্থানীয় এলেকা উন্নয়ন পুঁজি অপব্যৱহাৰ কৰি ওদালগুৰি আৰু দাঁতিকাষৰ অঞ্চলবোৰত ধৰ্মান্তৰকৰণক উৎসাহিত কৰিবলৈ ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। ৰিহন দৈমাৰীৰ সহায়ত গীৰ্জাৰ আগ্ৰাসন ইমান প্ৰবল হৈ পৰিছে যে স্থানীয় বাথৌ ধৰ্ম অস্তিত্বৰ সংকটত পৰিছে”, পত্ৰখনত দাবী যোশীৰ।

তেওঁৰ মতে, মন্ত্ৰীজনৰ সক্ৰিয় সহযোগিতাত ৱৰ্ল্ড ভিজন আৰু নৰ্থ ইষ্টাৰ্ন ছ’চিয়েল ৰিছাৰ্চ চেণ্টাৰ, গুৱাহাটীৰ অধীনত ধৰ্মান্তৰকৰণ চলি আছে।

মুখ্য মন্ত্ৰীৰ পৰিৱৰ্তে বিধানসভাৰ অধ্যক্ষলৈ পত্ৰ লিখাৰ কাৰণ ব্যাখ্যা কৰি যোশীয়ে লিখিছে যে ৰাজ্যৰ বৰ্তমানৰ গৃহ মন্ত্ৰীজনৰ সাহস নাই বাবেই তেওঁ অধ্যক্ষক অনুৰোধ জনাইছে।

তেওঁ কয়, “অনুগ্ৰহ কৰি বড়োলেণ্ডক আন এখন নাগালেণ্ড হোৱাৰ পৰা বচাবলৈ উক্ত বিধায়কজনৰ পুঁজি অপব্যৱহাৰৰ চি বি আই তদন্ত দিয়ক।”

বড়োলেণ্ডত কাঠফুলাৰ দৰে গজি উঠা গীৰ্জাবোৰলৈ অহা পুঁজিৰ উৎসৰ অনুসন্ধান কৰিবলৈ ৰাজ্যখনৰ ডি জি পিক নিৰ্দেশ দিয়াৰ বাবেও যোশীয়ে পত্ৰখনত অনুৰোধ জনায়।

যদি বড়োলেণ্ডত খ্ৰীষ্টান ধৰ্ম প্ৰসাৰৰ বাবে বিধায়ক পুঁজিৰ অপব্যৱহাৰ হোৱাটো প্ৰমাণিত হয়, তেন্তে বিধায়কজনক অযোগ্য ঘোষণা কৰাৰ লগতে তেওঁৰ কাৰ্য্যকালত অপব্যৱহাৰ হোৱা পুঁজিৰ সমস্ত ধন পুনৰুদ্ধাৰ কৰিবলৈ আহ্বান জনায় যোশীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd