• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত কোৱাৰেন্টাইনত থকা ব্যক্তি বাহিৰত ঘূৰি ফুৰাৰ অভিযোগ : প্ৰশাসনক সতৰ্ক হোৱাৰ আহ্বান

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
May 30, 2020 2:21 pm
20200530_132141
4.9k
VIEWS
Share on FacebookShare on Twitter

অসমত ১০০০ অতিক্ৰম কৰিলে ক’ৰ’না ৰোগীয়ে। দৈনিক অসমলৈ শ শ মানুহ বহিঃৰাজ্যৰ পৰা আহি আছে।

এই সকল ব্যক্তিক চৰকাৰে স্থাপন কৰা বিভিন্ন কোৱাৰেন্টাইন চেন্টাৰত থকাৰ ব্যৱস্থা কৰিছে। চৰকাৰে স্থাপন কৰি দিয়া কোৱাৰেন্টাইন চেন্টাৰৰ বাদেও বিভিন্ন হোটেলত স্থাপন কৰি দিয়া হৈছে কুৱাৰেন্টাইন চেন্টাৰ।

ৰাজ্যৰ বিভিন্ন জিলাৰ দৰে শিৱসাগৰতো বিভিন্ন হোটেলত কোৱাৰেন্টাইন চেন্টাৰ স্থাপন কৰিছে জিলা প্ৰশাসনে। কিন্তু শিৱসাগৰৰ ষ্টেচন চাৰিআলিস্থিত এখন হোটেলত থকা কোৱাৰেন্টাইন চেন্টাৰৰ পৰা কোৱাৰেন্টাইনত থকা ব্যক্তি ৰূমৰ বাহিৰৰ পৰা ৰাজপথলৈ ওলাই অহাৰ এক অভিযোগ উঠিছে।

নগৰৰ এএচটিচি কাষৰে এজন ব্যক্তি দিল্লীৰ পৰা আহি হোটেলখনত কোৱাৰেন্টাইত আছিল। কিন্তু ব্যক্তিগৰাকীয়ে ৰূমৰ ভিতৰত থকাৰ পৰিৱৰ্তে বাহিৰলৈ ওলাই আহি বিভিন্ন ব্যক্তিৰ লগত কথা পাতি থকা প্ৰত্যক্ষ কৰে স্থানীয় একাংশ ব্যক্তিয়ে।

কোৱাৰেন্টাইনৰ নীতি নিয়ম উলংঘা কৰা এনে ব্যক্তিৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ ব্যৱস্থ গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে।

তদুপৰি কোৱাৰেন্টাইন চেন্টাৰ স্থাপন কৰা হোটেল সমুহত নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ দাবী কৰিছে একাংশ সচেতন ব্যক্তিয়ে। যাতে বহিঃৰাজ্যৰ পৰা আহি কোৱাৰেন্টাইনত থকা ব্যক্তিয়ে হোটেলৰ বাহিৰলৈ ওলাই আন ব্যক্তিৰ সংস্পৰ্শলৈ আহিব নোৱাৰে।

এই ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসনক কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে অধিক সতৰ্কতা অৱলম্বল কৰিবলৈ দাবী জনাইছে শিবসাগৰবাসীয়ে।

উল্লেখ্য যে কেইদিনমানৰ পূৰ্বে চেন্নাইৰ পৰা অহি এইখন হোটেলৰ কোৱাৰেন্টাইন চেন্টাৰত থকা এজন যুৱকৰ শৰীৰত ক’ৰ’না পজিটিভ পোৱা গৈছিল।

Recent News

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd