DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সকলো জটিলতাৰ অৱসান! : এইবাৰ ভাৰতত আৰম্ভ কৰা হ’ব ৰাছিয়াৰ কোভিড ভেকচিনৰ ট্ৰায়েল

এন ই নাও নিউজ by এন ই নাও নিউজ
October 17, 2020 2:35 pm
index.jpga
334
VIEWS
Share on FacebookShare on Twitter

বিভিন্ন আইনী জটিলতাৰ অৱসানৰ পিছত ৰাছিয়াৰ কোভিড১৯ৰ ভেকচিন স্পুটনিক ফাইভ ভাৰতত ট্ৰায়েলৰ বাবে আনুমতি লাভ কৰিছে।

ইয়াৰ ফলত ভাৰতত ৰাছিয়াই প্ৰস্তুত কৰা এই ভেকচিনটো ভাৰতত ট্ৰায়েল আৰম্ভ কৰা হ’ব।

উল্লেখ্যে যে ভাৰতীয় প্ৰতিষ্ঠান ডাঃ ৰেড্ডি লেব(Dr. Reddy’s Laboratories)ৰ তত্ত্বাৱধানত কিছুদিনৰ পূৰ্বেই ভাৰতত ৰাছিয়াৰ কোভিড ভেকচিনটোৰ ট্ৰায়েল আৰম্ভ হোৱাৰ কথা আছিল।

কিন্তু প্ৰতিষ্ঠানটোৰ আবেদন পদ্ধতিত ৰৈ যোৱা ত্ৰুটিৰ বাবে সেয়া পূৰ্বৰ নিৰ্দিষ্ট সময়ত সম্ভৱ হৈ নুঠিল।

ৰাছিয়াৰ স্পুটনিক ফাইভ ভেকচিনটো ঘোষণা কৰাৰ পিছতেই ভাৰতীয় প্ৰতিষ্ঠান ডাঃ ৰেড্ডি লেব-এ চুক্তিৱদ্ধ হৈ ভাৰতত এই ভেকচিনটো ট্ৰায়েলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল।

এই প্ৰস্তুতিৰ মৰ্মেই ডাঃ ৰেড্ডি লেব-এ যোৱা ৩ অক্টোবৰত ভাৰতত ট্ৰায়েল আৰম্ভ কৰিবলৈ প্ৰথমবাৰ আবেদন কৰিছিল। কিন্তু প্ৰতিষ্ঠানটোৱে ভাৰতৰ চেন্ট্ৰল ড্ৰাগছ কণ্ট্ৰ’ল অৰ্গেনাইজেশ্যনক উপযুক্ত তথ্য পাতি দাখিল কৰিব নোৱাৰাত ভাৰতে সেই আবেদন খাৰিজ কৰি দিয়ে।

ইয়াৰ পিছতে যোৱা ১৩ অক্টোবৰত প্ৰতিষ্ঠানটোৱে পুনৰ এখন নতুন আবেদন দাখিল কৰে। এইবাৰ চেন্ট্ৰল ড্ৰাগছ কণ্ট্ৰ’ল অৰ্গেনাইজেশ্যনে এই আবেদন গ্ৰহণ কৰি প্ৰতিষ্ঠানটোক ভাৰতত ৰাছিয়াৰ কোভিড ভেকচিনটো ট্ৰায়েলৰ অনুমতি প্ৰদান কৰিছে বুলি প্ৰকাশ কৰিছে পিটিআই-এ।

পিটিআইক প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা জনোৱা হৈছে যে, ভেকচনিটোৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ট্ৰায়েল ভাৰতত কৰা হ’ব।

দ্বিতীয় পৰ্যায়ত ১০০ জন স্বেচ্ছাসেৱক আৰু তৃতীয় পৰ্যায়ত ১৪০০ গৰাকী স্বেচ্ছাসেৱকৰ শৰীৰত এই ভেকচিনটো প্ৰয়োগ কৰা হ’ব বুলি জনাইছে প্ৰতিষ্ঠানটোৱে।

Recent News

নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ

নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

দুধনৈত অনুষ্ঠিত প্ৰথম চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি; মেঘালয়লৈ বিজয়ীৰ খিতাপ

দুধনৈত অনুষ্ঠিত প্ৰথম চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি; মেঘালয়লৈ বিজয়ীৰ খিতাপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd