• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ উত্থাপনৰ পিছৰে পৰা সন্ধানহীন চীনৰ টেনিছ তাৰকা

যৌন নিৰ্যাতন চলোৱাৰ সময়ত গাওলিৰ পত্নীয়ে কোঠাৰ বাহিৰত ৰৈ থাকি দুৱাৰত পহৰা দিছিল!

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 18, 2021 1:25 pm
271
VIEWS
Share on FacebookShare on Twitter

চীনৰ কমিউনিষ্ট পাৰ্টীৰ এগৰাকী প্ৰভাৱশালী নেতা তথা দেশ খনৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী ঝাং গাওলিৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ উত্থাপন কৰাৰ পিছৰে পৰা একপ্ৰকাৰৰ অজ্ঞাতবাস গ্ৰহণ কৰিছে টেনিছ তাৰকা পেং ছুৱাই।

যোৱা ২ নৱেম্বৰত টেনিছ তাৰকা পেঙে ছ’চিয়েল মিডিয়াত প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী ঝাং গাওলিৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ উত্থাপন কৰি এটা পোষ্ট দিছিল।

অৱশ্যে পোষ্টটো দিয়াৰ আধা ঘণ্টাৰ পিছতে টেনিছ তাৰকাগৰাকীয়ে সেয়া ডিলিট কৰিছিল।

কিন্তু নিমিষৰ ভিতৰতে পোষ্টটো ভাইৰেল হৈ পৰিছিল। ছ’চিয়েল মিডিয়াৰ পোষ্টেটোত পেঙে কৈছিল যে প্ৰায় ১০ বছৰ আগতে যেতিয়া তেওঁৰ বয়স ২৫ বছৰ আছিল তেতিয়াই প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী তথা চীনৰ কমিউনিষ্ট দলৰ নেতা ঝাং গাওলিয়ে তেওঁৰ ওপৰত যৌন উৎপীড়ন চলাইছিল।

সেই সময়ত ৬৫ বছৰীয়া গাওলিয়ে টেনিছ তাৰকাগৰাকীক ঘৰলৈ নিমন্ত্ৰণ কৰি নি সেই অপকৰ্ম কৰিছিল।

টেনিছ তাৰকাগৰাকীয়ে উল্লেখ কৰা অনুসৰি গাওলিয়ে বহু বছৰলৈ তেওঁৰ ওপৰত যৌন নিৰ্যাতন চলাই গৈছিল।

যৌন নিৰ্যাতন চলোৱাৰ সময়ত গাওলিৰ পত্নীয়ে কোঠাৰ বাহিৰত ৰৈ থাকি দুৱাৰত পহৰা দি আছিল বুলিও পেঙে প্ৰকাশ কৰিছিল।

এনে স্বীকাৰোক্তিৰ পিছৰে পৰা টেনিছ তাৰকা পেং দীৰ্ঘদিন ধৰি লোকচক্ষুৰ সন্মুখলৈ অহা নাই। চীনৰ ৱমেনছ টেনিছ এছোচিয়েচনে আজি এই বুলি প্ৰকাশ কৰিছে যে বহু চেষ্টা কৰিও তেওঁলোকে পেঙৰ সৈতে যোগাযোগ কৰিব পৰা নাই।

ইপিনে পেঙে এটা বিবৃতি প্ৰকাশ কৰি তেওঁ সম্পূৰ্ণ সুস্থ অৱস্থাত থকা বুলি কৈছে যদিও সেই বিবৃতিটো প্ৰকৃততে পেঙে দিয়া বিবৃতি হয় নে নহয় তাকে লৈয়ো ৰহস্যৰ সৃষ্টি হৈছে।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd