• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বছৰ বছৰ ধৰি অব্যৱহৃত হৈ থকা টীয়কৰ চটাইস্থিত শীতলীকৰণ গৃহৰ দুৰৱস্থা

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
April 29, 2020 11:12 am
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

326
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ টীয়কৰ চটাইত অৱস্থিত যোৰহাট জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ অধীনস্থ শীতলীকৰণ গৃহটো উদ্বোধন কৰাৰ পাছতো আজি পৰ্যন্ত ব্যৱহাৰৰ অনুপযোগী হৈয়ে থাকিল। বৰ্তমান জহি খহি গৈছে গৃহটিৰ দুৱাৰ-খিৰিকী আদি।

লকডাউনৰ বাবে যি সময়ত কৃষক ৰাইজে কষ্টোপাৰ্জিত উৎপাদিত সামগ্ৰী যাতায়ত ব্যৱস্থা সুচল নোহোৱাৰ বাবে পেলাই দিব লগা হৈছে, সেই সময়ত ৰাজ্যিক কৃষি বিপনন পৰিষদৰ অধীনস্থ টীয়কৰ চটাইস্থিত শীতলীকৰণ গৃহৰ এনে দুৰৱস্থাই বিভাগটোৰ অচেতনতাক প্ৰতিফলিত কৰিছে বুলি সচেতন মহলে আক্ষেপ প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে ২০১৬ চনতে আনুস্থানিকভাৱে এইশীতলীকৰণ গৃহটো মুকলি কৰিছিল ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই। তাৰ পৰৱৰ্ত্তী সময়ত উজনি অসমৰ বদ্ৰী ৰায় এণ্ড কোম্পানী নামৰ এটি দুলীয়াজানৰ প্ৰতিস্থানে ২০১৮ চনৰ জানুৱাৰীৰ পৰা এটা বছৰ শীতলীকৰণ গৃহটো ব্যৱহাৰ কৰে।

জানিব পৰা মতে পৰবৰ্তী সময়ত উক্ত কোম্পানীটোৱে এই শীতলীকৰণ গৃহত মজুত কৰা সামগ্ৰী নষ্ট হৈ যোৱাৰ ফলত পুনৰ গৃহটো ব্যৱহাৰ নকৰিলে আৰু তেতিয়াৰে পৰা এই পৰ্যন্ত শীতলীকৰণ গৃহটো ব্যৱহাৰ নোহোৱাকৈয়ে পৰি আছে।

গুৰুত্বপূৰ্ন বিষয় হ’ল যে টীয়কৰ দৰে কৃষি প্ৰধান এক অঞ্চলত অতি প্ৰয়োজনীয় শীতলীকৰণ গৃহটো  জহি খহি যাবলৈ এৰি দিয়াৰ পৰিৱৰ্তে সক্ৰিয় কৰি ৰখাটোত গুৰুত্ব দিবলৈ চৰকাৰক কৃষক ৰাইজে দাবী জনাইছে।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd