DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

নিৰোধকৰ বিজ্ঞাপনত ব্যৱহৃত গৰ্বা নৃত্য অশ্লীল নহয়: উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 30, 2022 8:23 pm
Condom Ad Featuring Garba dance
89
VIEWS
Share on FacebookShare on Twitter

জন্ম নিৰোধক কণ্ডমৰ বিজ্ঞাপনত ব্যৱহাৰ কৰা ‘গৰ্বা’ লোক নৃত্য অশ্লীল নহয়। এই বিজ্ঞাপনে আঘাত কৰা নাই ধৰ্মীয় আৱেগকো। চাৰি বছৰৰ পুৰণি এক গোচৰৰ শুনানি গ্ৰহণ কৰি এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ে।

কণ্ডমৰ এটা বিজ্ঞাপনত এহাল দম্পতীয়ে গুজৰাটী লোকনৃত্য গৰ্বা নৃত্য কৰাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছিল। উক্ত গোচৰৰ শুনানি গ্ৰহণ কৰি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সত্যেন্দ্ৰ কুমাৰ সিঙৰ এজনীয়া বিচাৰপীঠে এই ৰায় প্ৰদান কৰে।

ৰায়টোত কোৱা হয় যে কণ্ডমৰ বিজ্ঞাপনটোত গৰ্বা নৃত্য কৰা মানেই এয়া অশ্লীল নহয়। লগতে ই কোনো ধৰ্মীয় অনুভূতিতো আঘাত কৰা নাই।

উল্লেখ্য যে, ২০১৮ চনৰ নৱৰাত্ৰিৰ সময়ত সামাজিক মাধ্যমত মৰ্ফাছ ফাৰ্মাচিউটিকেলছ নামৰ এটা প্ৰতিষ্ঠানে এটা বিজ্ঞাপন দুদিনৰ বাবে প্ৰচাৰ কৰিছিল। বিজ্ঞাপনটোত বিনামূলীয়া কণ্ডম আৰু গৰ্ভাৱস্থা কিটৰ প্ৰচাৰ চলোৱা হৈছিল।

ইয়াৰ পাছতে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী মহেন্দ্ৰ ত্ৰিপাঠীৰ বিৰুদ্ধে দাখিল কৰা হয় গোচৰ। ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৫০৫ আৰু ২৯৫-এৰ লগতে IT আইনৰ অধীনত ত্ৰিপাঠীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।

ত্ৰিপাঠীৰ বিৰুদ্ধে উত্থাপন হয় ধৰ্মীয় আৱেগত আঘাত সনাৰ অভিযোগ। শুনানি কালত ত্ৰিপাঠীয়ে কয় যে তেওঁ নিজেই হিন্দু লোক আৰু ইয়াৰ দ্বাৰা ধৰ্মীয় আৱেগক আঘাত দিয়াৰ কোনো উদ্দেশ্য নাছিল।

তেওঁ দাবী কৰে যে নৱৰাত্ৰিৰ সময়ছোৱাত গ্ৰাহকক আকৰ্ষণ কৰিবলৈ সদিচ্ছাৰেহে উক্ত বিজ্ঞাপনটো প্ৰচাৰ কৰা হৈছিল।

ইফালে আদালতেও শুনানিৰ পাছত ৰায় প্ৰদান কৰি কয় স্বত্বাধিকাৰীজনৰ উদ্দেশ্য আছিল তেওঁ উৎপাদিত সামগ্ৰীবিধক প্ৰচাৰ কৰা। তেওঁৰ এই কাৰ্যই কোনো সম্প্ৰদায়, গৰ্বা নৃত্য আৰু ধৰ্মীয় অনুভূতিক আঘাত কৰা নাছিল।

ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায়ে এতিয়া বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে।

Recent News

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd