• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জৰাজীৰ্ণ পথৰ বিৰুদ্ধে কলিয়াবৰত পৃথকে পৃথকে কংগ্ৰেছৰ প্ৰতিবাদ

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
September 8, 2020 8:01 pm
Congess protests over bad roads in Kaliabor
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছে জৰাজীৰ্ণ পথৰ বিৰুদ্ধে কলিয়াবৰত মঙলবাৰে পৃথকে পৃথকে প্ৰতিবাদ সাব্যস্ত কৰিছে।

কলিয়াবৰৰ মিছাৰ পৰা আমনিলৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ ৰূপে দুৰ্ভোগ ভোগাই আহিছে ৰাইজক।

Apply Now

প্ৰতিদিনে হাজাৰ হাজাৰ গাড়ী উজনিৰ পৰা নামনিলৈ এই ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ মিছা আৰু আমনিৰ মাজেৰে পাৰ হৈ যাবলগীয়া হয়।

কিন্তু এই ৰাষ্ট্ৰীয় ঘাইপথৰ মিছাৰ পৰা আমনি পৰ্যন্ত ৰাস্তাৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাতে ৰাইজক বিপদত পেলাইছে।

অতিকৈ ব্যস্ত এই ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই পথছোৱাত নিতৌ সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ ৰাইজ মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল এই পথেৰেই অহা যোৱা কৰিছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই এই পথটোৰ ওপৰত।

যাৰ ফলত আজি পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছৰ উদ্যোগত কলিয়াবৰৰ মিছাত ৰাষ্ট্রীয় ঘাইপথৰ জৰাজীৰ্ণ ৰূপৰ প্ৰতিবাদ  স্বৰূপে ঘোঁৰা গাড়ীত উঠি কলিয়াবৰৰ কংগ্ৰেছ দলে এক প্ৰতিবাদ সাব্যস্ত কৰি এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।

আনহাতে কলিয়াবৰৰ আন এটা গৰকাপ্তানী পথৰ দুৰৱস্থাই জিয়াটো ভোগাইছে স্থানীয় ৰাইজক।

কলিয়াবৰৰ শালনা ,লেংটেং ,আঞ্জুকপানী সংযোগী পথৰ দুৰৱস্থাৰ বাবেই প্ৰতি দিনেই জীয়াতু ভুগি আহিছে স্থানীয় ৰাইজ।

যদিও বিগত সময়চোৱাত উক্ত পথ চোৱা নতুনকৈ নিৰ্মান হৈছিল যদিও ৰাস্তাৰ বহন ক্ষমতাতকৈ বহু বেছি ওজনৰ শিল ভৰ্ত্তি ডাম্পাৰ অহা যোৱা কৰি পথ চোৱা জৰাজীৰ্ণ অৱস্থাৰ সৃষ্টি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কলিয়াবৰৰ কংগ্ৰেছৰ বিষয়ববীয়াই।

সেয়ে উক্ত পথ চোৱাৰ পুনৰ নিৰ্মাণৰ কাম অচিৰেই কৰাৰ দাবীৰে পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছৰ উদ্যোগত বিধ্বস্ত গৰকাপ্তানি পথচোৱাত আজি দিনৰ ১১ বজাৰ পৰা ১ বজালৈ শালনা লেংটেং সংযোগী পথত প্ৰতিবাদ সাব্যস্ত কৰে পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছৰ বিষয় ববীয়াই।

চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান তথা মন্ত্ৰী কেশৱ মহন্ত গ’বেগ ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে কংগ্ৰেছৰ প্ৰতিবাদকাৰীয়ে।

লগতে গধুৰ যানবাহন তথা ডাম্পাৰ চলাচল বন্ধ কৰাৰ দাবীৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ কলিয়াবৰ মহকুমাধিপতিৰ জৰিয়তে প্ৰদান কৰে।

ৰিদিপ শৰ্মা

ৰিদিপ শৰ্মা

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd