• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তৰুণ গগৈৰ ঘৰত বৈঠকৰ পাছতে একপ্ৰকাৰ চূড়ান্ত কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 23, 2020 6:49 am
WhatsApp Image 2020-08-22 at 11.38.47 PM
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব আৰু AIUDF ৰ নেতৃত্বৰ মাজত শনিবাৰে নিশা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিছপুৰৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত হয় এক ৰুদ্ধদ্বাৰ বৈঠক।

বৈঠকৰ অন্তত এটা কথা পৰিস্ফুট হৈ পৰিছে যে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ সৈতে AIUDF ৰ মিত্ৰতা প্ৰায় চূড়ান্ত।

Apply Now

জানিব পৰা মতে, AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ নিৰ্দেশনা মৰ্মে সাধাৰণ সম্পাদক আমিনুল ইছলামৰ নেতৃত্বত পাঁচজনীয়া এটা সজাতি দল উপস্থিত হয় তৰুণ গগৈৰ বাসগৃহত।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ লগতে অন্যান্য নেতৃত্বৰ AIUDF নেতৃত্বৰ সৈতে আলোচনা অনুষ্ঠিত হয়।

বৈঠকৰ অন্তত AIUDF ৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে সংবাদ মাধ্যমৰ আগত কয়, “মিত্ৰতা হোৱাটো খাটাং। আমাৰ ফালৰ পৰা জনাই দিছো মিত্ৰতা কৰিম বুলি। এইটো গ্ৰেণ্ড এলাইন্স হ’ব, অন্য ৰাজনৈতিক দলো থাকিব।”

তেওঁ লগতে কয়, “কংগ্ৰেছ আমাৰ বিগ ব্ৰাদাৰ গতিকে তেওঁলোকে কাক মুখ্যমন্ত্ৰী দিয়ে তাত মাত মাতিব নাযাওঁ। মুঠতে মিত্ৰতা হ’ব লাগে আৰু বিজেপি চৰকাৰ উৎখাত হ’ব লাগে।”

ইপিনে, কোনোপধ্যে বদৰুদ্দিন আজমলক মুখ্য মন্ত্ৰী হ’ব নিদিয়ে বুলি ৰিপুন বৰাই কৰা দাবীৰ বিষয়ে সাংবাদিকে উনুকিয়াই দিয়াত আমিনুলে কয়, “সাংবিধানিকভাৱে বদৰুদ্দিন আজমল মুখ্য মন্ত্ৰী হোৱাৰ বাধ্য বাধকতা নাই। কিন্তু বদৰুদ্দিন আজমলে জনাই দিছে তেওঁ মুখ্য মন্ত্ৰী পদৰ বাবে লালায়িত নহয়, তেওঁ আগ্ৰহী নহয়, তেওঁৰ মূল লক্ষ্য অসমত সামাজিক ন্যায় প্ৰতিষ্ঠা হ’ব লাগে।”

ইপিনে, আসন বিচৰা পৰ্যায় এতিয়ালৈকে অহা নাই বুলি তেওঁ কয়।

ইপিনে, বৈঠকৰ অন্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এয়া প্ৰাৰম্ভিক আলোচনা বুলিহে আখ্যা দিয়ে।

“এয়া প্ৰাৰম্ভিক আলোচনাহে মাথো, সকলোৰে কিছুমান এজেণ্ডা বা চৰ্ত থাকিব। সেইবোৰ মানি ল’ব পৰা হ’ব নে নাই সেইবোৰ চালি জাৰি চাই পাছত মডেলিটি প্ৰস্তুত কৰি চুক্তি স্বাক্ষৰ হ’ব।” ৰিপুন বৰাই এইদৰে সংবাদ মাধ্যমৰ আগত কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

September 28, 2026 7:49 am
‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

September 28, 2026 7:49 am
‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd