• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইভিএমৰ ভোট গণনাৰ পূৰ্বেই প’ষ্টেল ভোট গণনাৰ আহ্বান জনাই নিৰ্বাচন আয়োগলৈ ৰিপুণ বৰাৰ পত্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 8, 2021 4:34 pm
APCC Prez Ripun Bora's reply over Himanta Biswa Sarma's comment
301
VIEWS
Share on FacebookShare on Twitter

তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা অসম বিধানসভাৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ৬ এপ্ৰিলত অন্ত পৰিছে।

অহা ২ মে’ত অসমত কৰা হ’ব ভোট গণনা।

এনে সময়তে আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ই ভি এমৰ ভোট গণনাৰ পূৰ্বেই প’ষ্টেল ভোট গণনাৰ আহ্বান জনাই নিৰ্বাচন আয়োগলৈ এখন  পত্ৰ প্ৰেৰণ কৰিছে।

পত্ৰ খনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে এইবুলি কৈছে যে বিগত বিহাৰ বিধানসভাৰ নিৰ্বাতচনৰ সময়ত ইভিএমৰ ভোট গণনাৰ পিছতহে শেষ নিশা পোষ্টেল বেলট গণনা কৰা হৈছিল।

ফলত বহু বিসংগতি ঘটা বুলি ছ’চিয়েল মিডিয়াতে ব্যাপক চৰ্চা হৈছিল। তেনে পৰিস্থিতিত বহু প্ৰাৰ্থীয়ে অতি কম ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰিবলগীয়া হৈছিল।

সেই সময়ত নিৰ্বাচন আয়োগলৈ সেয়ে সন্দেহৰ তৰ্জনী টোৱাইছি বুলি পত্ৰ খনত কোৱা হৈছে।

অসমৰ ক্ষেত্ৰত যাতে ভোট গণনা স্বচ্ছ আৰু নিকা ভাবে সম্পন্ত হয় তাৰ বাবেই ই ভি এমৰ ভোট গণনাৰ পূৰ্বেই প’ষ্টেল ভোট গণনাৰ আহ্বান জনায় ৰিপুণ বৰাই।

উল্লেখ্য এইবেলি ৰাজ্যৰ জ্যেষ্ঠ নাগৰিক, কোভিচ আক্ৰান্ত ব্যক্তি, সাংবাদিক আদিয়ে এক নিৰ্দ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে পোষ্টেল বেলট যোগে ভোটদানৰ সুবিধা লাভ কৰিছিল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd