• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজুলীত কংগ্ৰেছ-বিজেপি : ৰিপুন বৰাৰ মতে জণ্ডিছ ৰোগীৰ দৰে সকলোতে হালধীয়া দেখিছে বিজেপিয়ে

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
December 1, 2018 8:55 pm
m_HimantaBiswaSarma-1504776834
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘‘জণ্ডিছ ৰোগীয়ে সকলোতে হালধীয়া দেখাৰ দৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সকলো কামতে হালধীয়া দেখিবলৈ আৰম্ভ কৰিছে। অকল মাজুলীতেই নহয় বিজেপি দলক ইয়াৰ কু-কৰ্মৰ ফল হাতে হাতে দিয়াৰ বাবে ৰাইজে অপেক্ষা কৰি আছে অহা পঞ্চায়ত নিৰ্বাচন, লোকসভা আৰু বিধান সভা নিৰ্বাচনলৈ।’’ আজি মাজুলীত পঞ্চায়তৰ নিৰ্বাচনী সভাত উপস্থিত থাকি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এইদৰে কয়। ভৰিৰ তলৰ মাটি হেৰুওৱাৰ ভয়ত কম্পমান বিজেপিয়ে আজি কংগ্ৰেছক লৈ প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে। পুঁজিপতিৰ চৰকাৰ বিজেপিয়ে মাজুলী তথা অসমৰ দুখীয়া মানুহৰ মুখৰ ভাত কাঢ়ি কংগ্ৰেছ চৰকাৰে দুখীয়াৰ বাবে ৰূপায়ণ কৰা ১৩৩ খনকৈ আঁচনি বন্ধ কৰি দিয়া বুলি ব্যক্ত কৰে ৰিপুন বৰাই।

আনহাতে আজি মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হোৱা ৰাজ্যৰ বিত্ত, গড়কাপ্তানি, স্বাস্থ্য বিভাগৰ দায়িত্বত থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক অচল পাঁছশ টকীয়া নোট আখ্যা দিয়ে। মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি শৰ্মাই কংগ্ৰেছ আৰু অগপ দলক চোকা সমালোচনা কৰি ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা কৰা দেখা যায়।

Apply Now

আজি দিনৰ ১২ বজাত জেংৰাইমূখ হাইস্কুল খেলপথাৰত আয়োজিত নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি চৰকাৰী আঁচনিসমূহৰ গুণানুকীৰ্তন কৰে। সভাত কংগ্ৰেছক উপলক্ষ কৰি মন্ত্ৰী জনাগৰাকীয়ে কয় যে কংগ্ৰেছৰ শাসনৰ গাদী দখলৰ এটাই নীতি সেয়া হল ধুতি আৰু লুঙী বিলোৱা।

সিফালে কমলাবাৰীত অনুষ্ঠিত কংগ্ৰেছৰ নিৰ্বাচনী সভাত মাজুলীৰ প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগুৱে হিমন্তক প্ৰত্যুত্তৰ দি কয় কংগ্ৰেছে যদি ধুতি লুঙী বিলাইছিল সেইয়া হিমন্তই বিলাইছিল। কংগ্ৰেছক পুৰণি পাছশ টকীয়া নোট আখ্যা দি মন্ত্ৰী হিমন্তই কয়, ‘‘অসম তথা ভাৰতৰ মানুহে পুৰণি পাঁচশ টকীয়া নোট পেলাই দিয়াৰ দৰে কংগ্ৰেছকো উৎখ্যাত কৰিলে।’’

এই সভাতেই অগপকো চোকা ভাষাৰে সমালোচনা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অগপই সদায় ভুল সিদ্ধান্ত গ্ৰহণ কৰি আহিছে বুলিও কয় ড’ শৰ্মাই। যি সময়ত চুক্তি কৰিব নালাগে তেতিয়া কৰে আৰু যি সময়ত গুপ্তহত্যা কৰিব নালাগে সেই সময়তহে গুপ্তহত্যা কৰে বুলি তীৰ্যক মন্তব্য কৰে মন্ত্ৰী  ড০ শৰ্মাই।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd