• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“বিজেপি ক্ষমতাত আছে, টকা-পইচা আছে, হিন্দু-মুছলমানৰ খেল খেলে”, তৰুণ গগৈ

আমি টকা-পইচাত ফেইল মাৰিছো, মিছা কথা কোৱাত ফেইল মাৰিছো : তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 24, 2019 9:30 pm
Why didn't Akshay Kumar ask Modi about his wife? Asks Former Assam CM Gogoi

তৰুণ গগৈৰ ফাইল ছবি।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বিজেপি ক্ষমতাত আছে। টকা-পইচা আছে, আৰু তেওঁলোকে হিন্দু-মুছলমানৰ খেলটো খেলে, সেইটোৱে তেওঁলোকক বহুত সহায় কৰে”, বিজেপিয়ে সপ্তদশ লোকসভা নিৰ্বাচনত দেখুওৱা বৃহৎ জয় সন্দৰ্ভত এই মন্তব্য প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগত গগৈয়ে কয়, “তেওঁলোকে দেখুৱাব বিচাৰিছে যে মুছলমানৰ সংখ্যা ৰোধ কৰিবলৈ হ’লে হিন্দু বাংলাদেশীক আনিব লাগিব”।

Apply Now

ৰাজ্যখনত কংগ্ৰছৰ ফলাফল সন্দৰ্ভত যোৱাবাৰৰ যি পৰ্য্যায়ত আছিল সেই পৰ্য্যায়তে ফলাফল থাকিল বুলি মন্তব্য কৰে।

অৱশ্যে পূৰ্বৰ তুলনাত কংগ্ৰেছৰ ভোটৰ হাৰ বৃদ্ধি পোৱা বুলি জানিবলৈ দিয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে।

এই সন্দৰ্ভত গগৈ মন্তব্য, “আমাৰ ভোটৰ হাৰটো বাঢ়িছে, গুৱাহাটীতে যোৱাবাৰ যিমান ভোটত হাৰিছিলো, এইবাৰ সিমান ভোটত হৰা নাই, যোৰহাটতো একেই।  কিন্তু সেইটোৱেই আমাৰ সন্তুষ্টি বুলি ক’ব খোজা নাই। আমি ইয়াতকৈ আৰু ভাল হ’ব বুলি আশা কৰিছিলো।”

আনহাতে, ‘টকা-পইচা’ৰ খেল আৰু ‘মিছা কথা’ কোৱাত কংগ্ৰেছ দলটোৱে ফেইল মৰা বুলিও গগৈয়ে কয়।

“জিকিছে তেওঁলোক; মই নাই জিকা বুলি নকওঁ, আমি ফেইল মাৰিছো। আমি টকা-পইচাত ফেইল মাৰিছো, মিছা কথা কোৱাত ফেইল মাৰিছো। আজি তেওঁলোকে ৪খন হেলিকপ্টাৰ উৰুৱাইছে, আমি এখন উৰুৱাইছো।” গগৈয়ে কয়।

গগৈয়ে আৰু কয়, “আজিও মই মোদীক টেলিগ্ৰাম কৰি কৈছো, অসমৰ প্ৰতি যাতে তেওঁ দয়া কৰে আৰু অসমে যাতে অধিক সহায়-সহযোগিতা পায়।”

“কেবখন অনা সত্ত্বেও অসমৰ মানুহে বিজেপিক ভোট দিলে। যদিও কেবৰ বিৰুদ্ধে বহুত আন্দোলন হ’ল, তথাপি বিজেপিক মানুহে কিয় ভোট দিলে?” নিজৰ চৰকাৰী আৱাসত দিয়া সংবাদমেলখনত প্ৰশ্ন প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am
পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

August 16, 2026 9:09 am
ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

August 16, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd