• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 25, 2021 9:35 pm

2 min read

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি
245
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছে অসমত আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিক ৰুধিবলৈ কেইবাখনো সমিতি গঠন কৰিছে।

দলটোৱে গঠন কৰা সমিতিবোৰৰ ভিতৰত আছে নিৰ্বাচন সমিতি, ইস্তাহাৰ সমিতি, ব্যৱস্থাপনা সমিতি, সমন্বয় সমিতি, প্ৰচাৰ সমিতি আৰু মিডিয়া সমিতি।

দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ছোনিয়া গান্ধীয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক ৰাজ্যিক নিৰ্বাচন সমিতি আৰু সমন্বয় সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্ত কৰিছে। এই সমিতিত আন ২৩ জন সদস্য থাকিব।

আনহাতে প্ৰচাৰ সমিতিৰ নেতৃত্বত নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈ থাকিব য’ত আন ৪৯জন সদস্য আছে।

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক প্ৰচাৰ সমিতিৰ অধ্যক্ষ নিযুক্ত কৰা হৈছে আনহাতে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈক ইস্তাহাৰ সমিতিৰ নেতৃত্ব প্ৰদান কৰিছে।

ইফালে বিজেপি এৰি কংগ্ৰেছত যোগদান কৰা প্ৰাক্তন সাংসদ ৰাম প্ৰসাদ শৰ্মাক নিৰ্বাচন ব্যৱস্থাপনা সমিতিৰ মুৰব্বী আৰু বৰপেটাৰ সাংসদ আব্দুল খালেকক মিডিয়া ইনচাৰ্জৰ দায়িত্ব প্ৰদান কৰা হৈছে।

মহিলা কংগ্ৰেছৰ সভাপতি সুস্মিতা দেৱক আউটৰিচ সমিতিৰ অধ্যক্ষ নিযুক্ত কৰা হৈছে।

উল্লেখ্য যে অসমত বিজেপিক শাসনৰ পৰা ওফৰাবলৈ কংগ্ৰেছ দলৰ নেতৃত্বত যোৱা ১৯ জানুৱাৰিত পাঁচটা দলৰ ‘মহাজোঁটবন্ধন’ গঠন হৈছিল।

শেহতীয়াকৈ, দলৰ শীৰ্ষ তিনিজন কেন্দ্ৰীয় নেতা ক্ৰমে ভূপেশ বাঘেল (ছত্তীশগড়ৰ মুখ্য মন্ত্ৰী), মুকুল ৱাচনিক (এআইচিচিৰ সাধাৰণ সম্পাদক) আৰু চাকিল আহমেদ খান (বিহাৰ বিধায়ক)ক অসমত নিৰ্বাচনী প্ৰচাৰৰ চোৱা-চিতা কৰিবলৈ নিযুক্ত কৰিছিল।

Recent News

নাৰীক ধন-সম্পত্তিৰ স’তে তুলনা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ, সমুখীন হ’ল ব্যাপক সমালোচনাৰ

নাৰীক ধন-সম্পত্তিৰ স’তে তুলনা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ, সমুখীন হ’ল ব্যাপক সমালোচনাৰ

index.jpgaa

বিজেপি কৰ্মীৰ গুণ্ডাগিৰী আৰম্ভ : নলবাৰীত এজেপিৰ সভাপতিক লুৰীণজ্যোতি গগৈক আক্ৰমণ

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

210228015049-03-myanmar-protest-0228-mandalay-exlarge-169

ৰক্তাক্ত ম্যানমাৰ : আৰক্ষীৰ গুলীত নিহত সাতগৰাকী প্ৰতিবাদকাৰী; গুলীবিদ্ধ বহু প্ৰতিবাদকাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd