• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজয়ৰ কেবিনেটত অন্তৰ্ভুক্ত কংগ্ৰেছ: ৬৯ বছৰৰ পাছত তামিলনাডুৰ শাসনত অংশীদাৰ হ’ব কংগ্ৰেছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2026 8:27 pm
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডু বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰদৰ্শন বৰ বিশেষ শক্তিশালী নাছিল যদিও প্ৰায় ছয় দশকৰ এক দীৰ্ঘ বিৰতিৰ পাছত দলটোৱে ৰাজ্যখনৰ শাসন ক্ষমতাৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিছে। মুখ্যমন্ত্ৰী বিজয়ৰ নেতৃত্বত গঠন হ’বলগীয়া টিভিকে চৰকাৰত কংগ্ৰেছৰ দুজন বিধায়কে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। দ্ৰাবিড় ৰাজনীতিৰ সম্পূৰ্ণ আধিপত্য থকা তামিলনাডুৰ বুকুত এয়া এক ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ৰাজনৈতিক ঘটনাপ্ৰবাহ হিচাপে বিবেচিত হৈছে, কিয়নো ইমান দীঘলীয়া সময়ৰ পাছত কোনো এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল ৰাজ্যখনৰ চৰকাৰৰ অংশীদাৰ হ’বলৈ গৈ আছে।

কংগ্ৰেছৰ সংগঠন সাধাৰণ সম্পাদক কে চি বেণুগোপালে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰি জনাইছে যে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে বিধায়ক এডভোকেট ৰাজেশ কুমাৰ আৰু পি বিশ্বনাথনক তামিলনাডু কেবিনেটত অন্তৰ্ভুক্ত কৰাৰ বাবে সম্পূৰ্ণ অনুমোদন জনাইছে। বিগত দুটা দশকত ডি এম কেৰ সৈতে মিত্ৰতা থকাৰ পিছতো কংগ্ৰেছে চৰকাৰত কোনো অংশীদাৰিত্ব পোৱা নাছিল। সেয়েহে ৫৯ বছৰৰ দীঘলীয়া অন্তৰালৰ মূৰত তামিলনাডু কেবিনেটত কংগ্ৰেছৰ এই প্ৰৱেশ দলটোৰ বাবে অতি ঐতিহাসিক ক্ষণ হিচাপে পৰিগণিত হৈছে বুলি তেওঁ উল্লেখ কৰে।

Apply Now

উল্লেখ্য যে এইবাৰৰ বিধানসভা নিৰ্বাচনত ১০৮ খন আসনেৰে বিজয়ৰ দল টিভিকে আটাইতকৈ ডাঙৰ দল হিচাপে উলাই আহিছিল যদিও তেওঁলোক সংখ্যাগৰিষ্ঠতাৰ পৰা পিছপৰি আছিল। এনে সংকটপূৰ্ণ সময়তে ৰাহুল গান্ধীৰ বিশেষ তৎপৰতাত কংগ্ৰেছে নিজৰ পাঁচজন বিধায়কৰ সমৰ্থন ঘোষণা কৰি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ পথটো সহজ কৰি তোলে। কংগ্ৰেছে পুৰণি মিত্ৰ ডি এম কে ত্যাগ কৰি হঠাতে লোৱা এই সিদ্ধান্তই প্ৰাক্তন মুখ্যমন্ত্ৰী এম কে ষ্টালিনক আচৰিত কৰাৰ লগতে ক্ষুব্ধও কৰি তুলিছিল। অৱশ্যে নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছক তামিলনাডুৰ ৰাজনীতিত এটা নতুন পথৰ সন্ধান দিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd