• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষিমন্ত্রী অতুল বৰাই সমষ্টিবাসীক প্রতাৰণা কৰাৰ অভিযোগ কংগ্ৰেছী নেতা জিতু শইকীয়াৰ

সতী সাধনী বিশ্ববিদ্যালয় বোকাখাতত স্থাপনৰ দাবী কংগ্রেছী নেতাগৰাকীৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
August 8, 2020 10:09 am
Atul vs Jitu

বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা আৰু কংগ্ৰেছী নেতা জিতু শইকীয়া। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাত ব্লক কংগ্রেছৰ সধাৰণ সম্পাদক জিতু শইকীয়াই বোকাখাত বিধান সভা সমষ্টিৰ  বিধায়ক তথা কৃষিমন্ত্রী অতুল বৰাই তেওঁৰ শাসন কালত সমষ্টিবাসীক প্রতাৰণা কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

এই সন্দর্ভত সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এটা বিবৃতিত জিতু শইকীয়াই বোকাখাতৰ জনসাধাৰণৰ দাবীত অসম চৰকাৰৰ প্রস্তাৱিত সতী সাধনী বিশ্ববিদ্যালয় খন বোকাখাতত স্থাপন কৰাৰ বাবে মন্ত্ৰী অতুল বৰাই প্রতিশ্রুতি দিছিল যদিও শেহতীয়াকৈ বিশ্ববিদ্যালয়খন গোলাঘাটতহে নিৰ্মাণৰ কৰাৰ বাবে অতুল বৰা সক্ৰিয় হৈছে বুলি মন্তব্য কৰিছে।

Apply Now

বোকাখাত ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীৰ মতে বোকাখাতৰ মহুৰা পথাৰত অনুষ্ঠিত হৈ যোৱা শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিবেশনত অসমৰ মুখ্য মন্ত্রী সর্বানন্দ সোনোৱাল, স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শর্মাই বোকাখাতৰ বৌদ্ধিক মহলৰ ওচৰত সতী সাধনী বিশ্ব বিদ্যালয় বোকাখাতত হ’ব বুলি প্রতিশ্রুতি দিছিল।

কিন্তু বোকাখাত সমষ্টিৰ ৰাইজৰ ভোটেৰে বিধায়ক তথা মন্ত্রী হ’বলৈ সক্ষম হোৱা অতুল বৰাই সমষ্টিবাসী ৰাইজ তথা বোকাখাতৰ হাজাৰ হাজাৰ নিবনুৱাক প্রতাৰণা কৰি তেওঁলোকৰ নায্য দাবীক বৃদ্ধাংগুষ্ঠ প্রদর্শন কৰি শেহতীয়াকৈ সতী সাধনী বিশ্ববিদ্যালয়খন গোলাঘাটতহে  স্থাপন কৰিবৰ বাবে উঠি পৰি লাগিছে ৷

উল্লেখযোগ্য যে অলপতে বোকাখাত সমষ্টিৰ বনগাঁৱত সতী সাধনীৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰি দিয়া ভাষণত তেওঁ এই কথা প্রকাশ কৰিছে ।

জিতু শইকীয়াৰ বিবৃতি মতে বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্রী অতুল বৰাই বিগত সময়ত সমষ্টিটোৰ কৃষক ৰাইজৰ উন্নয়নৰ বাবেও কোনো ফলপ্রসূ কাৰ্য্য ব্যবস্থা হাতত লোৱা দেখা নগল ৷ যাৰ বাবে এতিয়া ক্ষুভিত সমষ্টিৰ কৃষক সকলো ৷

বোকাখাত সমষ্টিত নিজৰ নিশ্চিত পৰাজয়ৰ উমান পাই অতুল বৰাই গোলাঘাটত নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত ৰখাৰ স্বার্থতেই বোকাখাতৰ ৰাইজক এনেদৰে বঞ্চিত কৰিছে বুলিও মন্তব্য কৰিছে জিতু শইকীয়াই ৷

অতুল বৰাৰ এনে সিধান্তৰ তীব্র বিৰোধিতা কৰাৰ লগতে তেওঁৰ সিদ্ধান্ত বাতিল কৰি সতী সাধনী বিশ্ব বিদ্যালয় বোকাখাতত স্থাপন কৰিবলৈ ব্লক কংগ্ৰেছৰ সম্পাদক গৰাকীয়ে দাবী জনাইছে ।

জিতু শইকীয়াৰ মতে বোকাখাতত এই সতী সাধনী বিশ্ববিদ্যালয়খন প্রতিষ্ঠা হ’লে বোকাখাত সমষ্টিৰ বহু নিবনুৱা যুবক যুৱতী উপকৃত হ’ব । প্রত্যক্ষ আৰু পৰোক্ষভাৱে সহস্ৰাধিক লোকে কৰ্ম সংস্থাপন পাব।

কিন্তু বোকাখাতৰ ৰাইজৰ মুৰত ৰামটাঙোন শোধাই অতুল বৰাই যি ৰাজনীতি কৰিছে তাক অনতি পলমে বন্ধ কৰিবলৈ দাবী জনাই যুৱ কংগ্ৰেছী জিতু শইকীয়াই।

তেওঁ লগতে বোকাখাতৰ ৰাইজকো এই ক্ষেত্রত এক আপোচবিহীন স্থিতি গ্রহণ কৰি নিজৰ নায্য প্রাপ্য আজুৰি আনিবলৈ আহ্বান জনায়।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd