• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক্ষুব্ধ কৰ্মী-ৰাইজৰ ৰোষত কংগ্ৰেছী নেতা : বাধ্য হৈ ত্যাগ কৰিলে সভাস্থলী

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , December 1, 2018 6:42 am

2 min read

barpeta Congress clash.photo

ৰাইজ তথা কংগ্ৰেছ কৰ্মীৰ ৰোষত নেতা। ফটো : নৰ্থইষ্ট নাও

356
VIEWS
Share on FacebookShare on Twitter

সমাগত পঞ্চায়ত নিৰ্বাচনত বৰপেটা জিলাত কংগ্ৰেছীৰ বিৰুদ্ধে কংগ্ৰেছীৰ মুকলি বিদ্ৰোহ অব্যাহত আছে ৷ দলীয় প্ৰাৰ্থিত্ব প্ৰদানত একাংশ কংগ্ৰেছ কৰ্মীয়ে ধনৰ লেনদেন কৰা বুলি অভিযোগ উত্থাপন কৰি ২৬ নৱেম্বৰত একাংশ কংগ্ৰেছ কৰ্মীয়ে বৰপেটা ৰাজীৱ ভৱনত তলা ওলোমৱাৰ লগতে বৃহস্পতিবাৰে বৰপেটা ৰাজীৱ ভৱনত অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছিল একাংশ কংগ্ৰেছ কৰ্মীয়ে ৷

পঞ্চায়ত নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্ব প্ৰদানত প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী, জিলা সভাপতি শান্তনু শৰ্মা আৰু আমছুৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহিম আহমেদে ধনৰ লেনদেন কৰা বুলি অভিযোগ উত্থাপন কৰিছিল।

শুকুৰবাৰে একাংশ ক্ষুব্ধ কংগ্ৰেছ কৰ্মী আৰু ৰাইজৰ বাবে অনাহুত পৰিস্থিতিৰ সন্মুখীন হয় কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহিম আহমেদ। আহমেদে জিলাখনৰ দাবালীয়াপাৰাত প্ৰচাৰৰ বাবে আহোতে ক্ষুব্ধ কংগ্ৰেছ কৰ্মী আৰু ৰাইজৰ বাবে সভাস্থলী ত্যাগ কৰিবলৈ বাধ্য হয় ৷

আহমেদে দাবালীয়াপাৰাত উপস্থিত হোৱাৰ লগে লগে ৰাইজৰ তীব্ৰ প্ৰশ্নৰ সম্মুখীন হয় আৰু একাংশ ক্ষুব্ধ কংগ্ৰেছ কৰ্মীৰ ৰোষত পৰে ৷ ক্ষুব্ধ কংগ্ৰেছ কৰ্মীসকলে “ভাৰতীয় জাতীয় কংগ্ৰেছ জিন্দাবাদ, দুৰ্নীতিপৰায়ণ ব্যক্তিক বহিষ্কাৰ কৰক ” আদি ধ্বনি দি সভাস্থলী উত্তাল কৰি তোলে৷

পৰিস্থিতি বিষম দেখি সভাস্থলী ত্যাগ কৰিবলৈ বাধ্য হয় কংগ্ৰেছ নেতা আব্দুৰ ৰহিম আহমেদ ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে বামুণদঙৰাত একে ঘটনাৰ সন্মুখীন হৈ সভাস্থলী ত্যাগ কৰিছিল বাঘবৰৰ বিধায়ক শ্বেৰমাণ আলী আহমেদেও ৷

Recent News

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd