DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিদেশী খেদা দূৰৰে কথা ‘বিজেপি’য়ে এতিয়া বিদেশীক আদৰিবহে বিচাৰিছে : মানস বৰা

কৃষ্ণাইত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা

নীলমণি শৰ্মা by নীলমণি শৰ্মা
December 5, 2018 7:13 am
IMG_20181204_175752

ফটো : নৰ্থ-ইষ্ট নাও

199
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বতাহে উত্তাল কৰি তুলিছে সমগ্ৰ কৃষ্ণাই অঞ্চল। দলীয় প্ৰাৰ্থীৰ  লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ অভিযান জোৰদাৰ কৰা সময়তে বিৰোধী দল কংগ্ৰেছেও বিভিন্ন ঠাইত সভা অনুষ্ঠিত কৰি প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ অভিযান চলাই আছে।

মঙলবাৰে সন্ধিয়া কৃষ্ণাই চাৰিআলিত কংগ্ৰেছ দলৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়। দুধনৈ ডায়েটৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জাফৰ আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক মানস বৰা।

প্ৰায় পাঁচ শতাধিক সমৰ্থক উপস্থিত থকা সভাখনত মানস বৰাই ভাষণ প্ৰসংগত শাসকীয় বিজেপি তথা অগপক তীব্ৰ সমালোচনা কৰে।

পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদীত বহা বিজেপি চৰকাৰখনে কি পৰিৰ্ৱতন আনিলে সেই কথা আজি আৰু অসম বাসীক নতুকৈ ক’ব লগা একো নাই। নিৰ্বাচনৰ পিছ দিনাই বিদেশী খেদিব বিছৰা বিজেপি দলে এতিয়া বিদেশী অনাৰ কথাহে চিন্তা কৰিছে বুলি উল্লেখ কৰি মানস বৰাই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছ দলক ভোট দান কৰাৰ বাবে আহ্বান জনায়।

Recent News

Swara Bhasker

অভিনেত্ৰী স্বাৰা ভাস্কৰলৈ মৃত্যুৰ ভাবুকি: সাভাৰকাৰক অপমান নকৰিবলৈ সকীয়নি

Bumrah selected as test captain

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টৰ পৰা বাহিৰ ৰোহিত শৰ্মা: বুমৰাহৰ কান্ধত অধিনায়কৰ দায়িত্ব

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd