DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 2, 2021 7:17 pm
312
VIEWS
Share on FacebookShare on Twitter

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে অসমত দলীয় প্ৰচাৰত অংশ লোৱা কংগ্ৰেছৰ সহঃ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে মঙলবাৰে দলটোৰ পাঁচটা প্ৰতিশ্ৰুতি প্ৰদান কৰে।

প্ৰতিশ্ৰুতিকেইটা হৈছে- নাগৰিকত্ব সংশোধনী আইন বাতিল, পাঁচ লাখ চৰকাৰী চাকৰি, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৬৫ টকালৈ বৃদ্ধি, প্ৰতিটো ঘৰলৈ ২০০ ইউনিটছ ফ্ৰী ইলেক্ট্ৰিচিটি আৰু গৃহিণীসকলৰ বাবে মাহিলী ২,০০০ টকা প্ৰদান।

প্ৰিয়ংকা গান্ধীয়ে কয় যে অসমৰ জনতা পাঁচ বছৰ পূৰ্বে ২৫ লাখ চাকৰি দিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা এটা দলৰ পৰা বঞ্চনাৰ সমুখীন হৈছে।

কংগ্ৰেছ দলে মিছা প্ৰতিশ্ৰুতি প্ৰদান নকৰে বুলিও তেওঁ কয়।

কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই প্ৰতিশ্ৰুতিসমূহৰ ব্যাখ্যা দাঙি কৰে।

সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে অসমৰ জনতাৰ মতামত অনুযায়ী পাঁচোটা প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে।

সাংসদ গৌৰৱ গগৈয়ে বিজেপিয়ে প্ৰদান কৰা ২৫ লাখ চাকৰিৰ প্ৰতিশ্ৰুতিৰ সলনি পাঁচ লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি সৎ আৰু বাস্তৱমুখী বুলি অভিহিত কৰিছে।

Recent News

Maharashtra political crisis: আৰু জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ সংকট; উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ সিন্দে শিৱিৰ, আজি শুনানি

Maharashtra political crisis: আৰু জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ সংকট; উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ সিন্দে শিৱিৰ, আজি শুনানি

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd