• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষক নেতা অখিল গগৈৰ গৃহত উপস্থিত কংগ্ৰেছী নেতা ৰাণা গোস্বামী : স্বাস্থ্যৰ বুজ ল’লে অখিলৰ মাতৃৰ

নীৰ্মলেন্দু পাঠক by নীৰ্মলেন্দু পাঠক
September 5, 2020 7:26 pm
Screenshot_2020-09-05-17-46-47_1
284
VIEWS
Share on FacebookShare on Twitter

আজি কৃষক নেতা অখিল গগৈৰ টীয়কৰ চেলেংহাটস্থিত গৃহত যোৰহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সম্পাদক ৰাণা গোস্বামী উপস্থিত হয়।

বিধায়ক গৰাকীয়ে অখিল গগৈৰ বৃদ্ধা মাতৃৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসা তথা দৈনন্দিন জীৱন যাপনৰ সুবিধা হোৱাকৈ ব্যক্তিগতভাৱে ২০,০০০ টকাৰ এক আৰ্থিক সহায় আগবঢ়ায়।

দেশৰ স্বাৰ্থত মাত মাতি আজি প্ৰায় ন মাহ কাৰাৰুদ্ধ হৈ থকা এগৰাকী পুত্ৰৰ মাতৃ হিচাপে তেওঁক অতিকৈ ধৈৰ্যশীল আৰু আদৰ্শ মাতৃ বুলি অভিহিত কৰে প্ৰাক্তন বিধায়ক নাৰায়ণ গোস্বামীয়ে।

অখিল গগৈক মুক্তি কৰোৱাৰ ক্ষেত্ৰত আপোচবিহীন সংগ্ৰাম চলাই যাব বুলি মন্তব্য কৰি কংগ্ৰেছী নেতাগৰাকীয়ে আৰু কয় যে চৰকাৰখনক অনতি পলমে কৃষক নেতাগৰাকীক মুক্তি দিবলৈ দাবী জনাইছে আহিছে।

অসমৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদত কৃষক নেতাগৰাকী অতি সোনকালে মুকলি আকাশৰ তললৈ ওলাই আহিব বুলি বৃদ্ধা মাতৃক আশ্বাস দি বিজেপি নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে প্ৰাক্তন বিধায়ক গোস্বামীয়ে।

কংগ্ৰেছৰ নেতাগৰাকীয়ে সদায় দলীয় আৰু ব্যক্তিগতভাৱে অখিল গগৈৰ জাতিৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত পূৰ্ণ সহযোগিতা কৰি যাব বুলি সদৰি কৰে।

কংগ্ৰেছে কেতিয়াও ভূৱা প্ৰতিশ্ৰুতি নিদিয়ে বুলি কৈ অখিল গগৈৰ আইনী যুঁজৰ বাবে অসম প্ৰদেশ কংগ্ৰেছে ঘোষণা কৰা আৰ্থিক সহযোগিতা প্ৰদান কৰাৰ লগতে সদায় সহযোগিতা কৰি যাব বুলি জানিবলৈ দিয়ে ৰাণা গোস্বামীয়ে।

Recent News

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd