• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৫ ৰাজ্যৰ নিৰ্বাচনে প্ৰভাৱ পেলাব বুলি জানিয়ে পঞ্চায়ত নিৰ্বাচন খৰ-খেদাকৈ পাতিছিল বিজেপিয়ে : ৰকিবুল হুছেইন

NE NOW NEWS মিণ্টু দাস
নগাঁও , December 11, 2018 10:16 pm

2 min read

Rakibul Hussain
1.4k
VIEWS
Share on FacebookShare on Twitter

‘দেশৰ ৫খন ৰাজ্যৰ নিৰ্বাচন আছিল চেমি ফাইনেল। এই খেলত বিজেপি ৫-০ গ’লত পৰাস্ত হৈছে। সাধাৰণতে চেমি ফাইনেলত হাৰিলে ফাইনেললৈ নাযায়। বিজেপি এতিয়া ফাইনেলত নাই।’ এই মন্তব্য প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ।

আজি সন্ধ্যা নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত এইদৰে মন্তব্য কৰি ৰকিবুল হুছেইনে বিজেপিৰ নেতৃত্বত ভাৰতবৰ্ষত চৰকাৰে শাসনভাৰ দখলৰ পিছত ৰাইজ সকলো দিশতে অতিষ্ঠ হৈছে বুলি উল্লেখ কৰি কয়, ‘বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অহংকাৰী মনোভাৱৰ বাবে আজি তেওঁলোকৰ পতন হৈছে।’

বিজেপিয়ে তেওঁলোকৰ মিত্ৰদল অগপকো ৰাজহুৱা ভাবে তুচ্ছ-তাচ্ছিল্য কৰিবলৈও কুণ্ঠাবোধ নকৰে বুলি উল্লেখ কৰি তেওঁ অগপ‌ক সন্মান লাঘৱ কৰি বিজেপিৰ লগত থকাতকৈ কংগ্ৰেছলৈ আহিবলৈ আহ্বান জনায়।

আনহাতে, বিজেপিয়ে অসমত পঞ্চায়ত নিৰ্বাচন পাতিব বিচৰা নাছিল বুলি অভিযোগ কৰি হুছেইনে কয় যে ন্যায়ালয়ৰ হস্তক্ষেপতহে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ল। ন্যায়ালয়ে ২০১৯ চনৰ জানুৱাৰীতহে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দিছিল যদিও দেশৰ পাচঁখন ৰাজ্যত বিধানসভা নিৰ্বাচনত বেয়া ফল ভোগ কৰাৰ আগজাননী পাই ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে জানুৱাৰীৰ পূৰ্বেই অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিলে বুলি তেওঁ মন্তব্য কৰে।

আজিৰ সংবাদমেলৰ পূৰ্বে কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত মন্ত্ৰী গৰাকীৰ উপস্থিতিত শতাধিক কংগ্ৰেছ কৰ্মীয়ে আজি ঘোষিত পাচঁখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত দলটোৱে ভাল ফল প্ৰদৰ্শন কৰাত আতচ বাজিৰে বিজয় উল্লাস পালন কৰা দেখা যায়।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd