• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ ‘সেৱাই পঞ্চায়ত’ শীৰ্ষক নাগৰিক চনদক উভতি ধৰি কি ক’লে কংগ্ৰেছে?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 6, 2021 6:56 am
Kalpa-1-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিজেপি চৰকাৰে মুকলি কৰা ‘সেৱাই পঞ্চায়ত’ শীর্ষক নাগৰিক চনদ সম্পৰ্কত কংগ্ৰেছ দলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

এক বিবৃতিত প্ৰদেশ কংগ্ৰেছে কয় যে জনতাৰ কৰৰ ওপৰত নিৰ্ভৰশীল অসমৰ বিজেপি চৰকাৰে এইবাৰ চকু দিছে গ্ৰামাঞ্চলৰ ৰাইজৰ ওপৰত। কিন্তু চৰকাৰে আজি চোৱা নাই মূল্যবৃদ্ধিয়ে কোঙা কৰি অনা গাঁওৰ খেতিয়কৰ অবস্থা কি হৈ গৈ আছে।

Apply Now

কংগ্ৰেছে কয়, ‘’আজি কৃষিজাত সামগ্ৰীৰ উচিত মূল্য খেতিয়কে পোৱা নাই, খেতিয়কে বজাৰ পোৱা নাই। ইয়াৰ লগতে চৰকাৰে খেতিয়কলৈ সাৰ যোগানৰ যোগেদি নকল সাৰ যোগান ধৰি কৃষকক ঠগাইছে। ইয়াৰ উপৰিও লক ডাউনত বিধ্বস্ত জনতাই সকলো বস্তুতে কৰ দি থকাৰ পাছতো এইবাৰ গাঁও পঞ্চায়তক কেনেকৈ দিব পাৰিব মাচুল।‘’

ব্যৱসায় বাণিজ্যৰ পৰা বাসগৃহ নিৰ্মাণ কৰিলেও গ্ৰামাঞ্চলৰ জনতাই দিব লাগিব পঞ্চায়তক মাচুল।

কংগ্ৰেছ প্ৰশ্ন, ‘’চৰকাৰৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে যদিও এয়া গ্ৰামাঞ্চলৰ নাগৰিকক সুশাসন আৰু সুসেৱা দিয়াৰ লক্ষ্যৰে এই চনদ প্ৰস্তুত কৰিছে বুলি কৈছে, তথাপি আমাৰ প্ৰশ্ন হৈছে, মাচুল নলোৱাকৈ গ্ৰামাঞ্চলৰ সাধাৰণ  নাগৰিকক এই চৰকাৰে সুশাসন আৰু সুসেৱা দিবলৈ সক্ষম নহয় নেকি? বৰ্তমান সময়ত অসমৰ গ্ৰাম্য অৰ্থনীতিৰ অবস্থা কি স্তৰত আছে, সেই সম্পৰ্কে মন্ত্ৰী মহাশয়ৰ লগতে চৰকাৰী পক্ষই খবৰ ৰাখিছেনে? বিমুদ্রাকৰণৰ পাছত এতিয়া কৰোণা মহামাৰীৰ বাবে লকডাউনৰ কবলত ভাগি পৰা দেশৰ অৰ্থনীতি সকলোৱে দেখিছে, সেয়ে চৰকাৰে ধনৰ প্ৰয়োজন পূৰাবলৈ এইদৰে গঞা জনতাৰ ওপৰতো কৰ জাপি দিব বিচাৰিলে নেকি?’’

‘সেৱাই পঞ্চায়ত’ শীৰ্ষক নাগৰিক চনদ মুকলি কৰি মন্ত্ৰী ৰঞ্জিত দাসে গাঁও অঞ্চলত বসবাস কৰা লোকসকলেও বাসগৃহ নিৰ্মাণ কৰিলে পঞ্চায়তৰ অনুমতি লব লাগিব বুলি কৰা ঘোষণাই সমগ্ৰ অসমৰ গাঁওবাসীলোকক অসন্তুষ্ট কৰি তুলিছে।

‘’কিয়নো পঞ্চায়তৰ অনুমতি লোৱা মানেই গাওঁবাসীয়ে ঘৰ নিৰ্মাণৰ বাবদ কৰ ভৰিব লগাটো নিশ্চিত হৈ পৰিল।এনে অৱস্থাত গাঁৱত বাস কৰা সৰ্বসাধাৰণ লোক আন এক চৰকাৰী ৰঙা ফিটাৰ মেৰ পেচত সোমাই পৰিল। প্ৰশ্ন হয়, অধিক হাৰত বৃদ্ধি কৰা মাটিৰ খাজনা দিবলৈকে অপাৰগ হোৱা জন সাধাৰনে কেনেকৈ চৰকাৰৰ নতুন চনদৰ দ্বাৰা আৰোপিত নতুন নতুন কৰৰ বোজা বহন কৰিব পাৰিব?’’-কংগ্ৰেছে প্ৰশ্ন কৰে।

তদুপৰি, নতুন চনদৰ দ্বাৰা কৰ আৰোপৰ দ্বাৰা এচাম মধ্যভোগীৰ সৃষ্টি নহ’ব নে, আৰু ইয়াৰ ফলত ভূক্তভোগী নহ’ব নে সৰ্বসাধাৰণ জনতা বুলিও প্ৰশ্ন তুলি বিবৃতিটোত কোৱা হৈছে যে বিজেপি চৰকাৰে নতুন নতুন আঁচনি গ্ৰহণ কৰি হিতাধিকাৰীৰ সৃষ্টি কৰি এতিয়া মধ্যবিত্ত গাঁওবাসীৰ ওপৰত কৰৰ বোজা জাপি দিব বিচৰা কার্যৰ কংগ্ৰেছে বিৰোধিতা কৰিছে।

কংগ্ৰেছ বক্তৱ্য, ‘’কিয়নো এনে  অৱস্থাত সাধাৰণ এখন সৰু দোকান খুলি জীৱন নিৰ্বাহ কৰিবলৈ বিচৰা সকলে বা ঘৰ সাজি বাস কৰিব বিচৰা লোকে পঞ্চায়তক কৰ পৰিশোধ কৰি কেনেদৰে আগুৱাই যাব। সেয়ে এতিয়াও চৰকাৰী আচঁনিৰ ওপৰত নিৰ্ভৰ কৰা জনতাক এনে মাচুল আদায় দিবলৈ বাধ্য কৰা চনদৰ আমি তীব্ৰ বিৰোধিতা কৰো।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd