• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘শ্ৰমিকসকলক কংগ্ৰেছে উচটনি দিছে, চৰকাৰে এটা ছিষ্টেমত কাম কৰি আছে’ : ৰাঃ বিজেপিৰ সভাপতি ৰণজিৎ দাস

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 18, 2020 2:47 pm
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘কালি আমাৰ ৰাষ্ট্রীয় সভাপতি জে পি নড্ডাৰ লগত ক’ৰ কমিটিৰ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বাৰ্তালাপ হৈছিল৷ ক’ৰ’নাৰ বাবে চৰকাৰে লোৱা পদক্ষেপক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে৷ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰী প্ৰশংসা কৰিছে জে পি নাড্ডাই৷’

এক সংবাদমেল যোগে এই মন্তব্য কৰিলে অসম প্ৰদেশ বিজেপিৰ সভাপতি ৰনজিৎ কুমাৰ দাসে ৷

Apply Now

আনহাতে দাসে কয়, ‘বি টি এ ডি আৰু গুৱাহাটী পৌৰ সভাৰ নিৰ্বাচনৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ৰাষ্ট্ৰীয় সভাপতিজনে জনাইছে৷ অসমৰ এজনো মানুহো ভোকাতুৰ মানুহ নাথাকে তাৰ বাবে কায্যকৰ্তাক আহ্বান জনোৱা হৈছে।’

ইপিনে ১২৬ টা সমষ্টিৰ বিধায়কৰ ৰিপৰ্ট কাৰ্ড চোৱা হ’ব বুলি এক গুৰুত্ব পূৰ্ন মন্তব্য কৰে ৰাজ্যিক সভাপতি দাসে।

‘বিধান সভা নিৰ্বাচনৰ বাবে ১২৬ টা সমষ্টিৰ গতিবিধি নিৰূপণ কৰিবলৈ আহ্বান জনাইছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনে৷’ এই মন্তব্য দাসৰ।

‘প্ৰত্যক বিধায়কৰ পাৰ্ফমেন্সৰ তথ্য দিয়াৰ কথাও প্ৰকাশ কৰিছে। কায্যকর্তাৰ সমীক্ষাত ১,৮৫,০০০ লোকে অংশ গ্ৰহণ কৰিছিল বুলিও জনাইছে ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে৷’ সভাপতি দাসে কয়।

‘বিধায়কসকলে তেওঁলোকৰ ৰিপ’ৰ্ট কাৰ্ডসমূহ www.mla report card.inৰ আৰু 8011126043 নাম্বৰত ৱাটছআপ কৰিব পাৰিব৷
কেৱল শাসকীয় নহয়,কংগ্ৰেছৰ এম এল এ সকলৰো ৰিপ’ৰ্ট কাৰ্ড বিচৰা হৈছে জনতাৰ পৰা।’ এইদৰে অতি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সভাপতি দাসে।

ইফালে প্ৰব্ৰজিত শ্ৰমিকসকলক লৈ কংগ্ৰেছে ৰাজনীতি কৰা বুলি অভিযোগ কৰে দাসে।

‘কংগ্ৰেছে শ্ৰমিকসকলক উচটাই দিছে।’ এনে ৰাজনীতি কৰিব নালাগে বুলি কংগ্ৰেছক সমালোচনা কৰে ৰণিজৎ দাসে।

‘চৰকাৰে এটা চিষ্টেমত কাম কৰি আছে, সকলোতে আউল লাগিব এনে ধৰণৰ ৰাজনীতি কৰিলে।’ দাসৰ কৌশলপূৰ্ণ মন্তব্য।

বিধায়কৰ ৰিপৰ্ট বেয়া হ’লে আগন্তুক বিধানসভা নিৰ্বাচনত তেনে বি জে পিৰ বিধায়কে টিকট লাভৰ পৰা বঞ্চিত হ’ব বুলি মন্তব্য কৰে ৰনজিৎ কুমাৰ দাসে৷

ভেকচিন নোলোৱালৈকে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ কথা ৰাষ্ট্ৰীয় সভাপতি জনে প্ৰকাশ কৰা দাসে জানিব দিয়ে ৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd