• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত যোগ দিব খাৰ্গেই; উপস্থিত নাথাকে তৃণমূল কংগ্ৰেছৰ কোনো প্ৰতিনিধি

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 9, 2024 12:35 pm
ফাইল ফটোঃ সংগ্ৰহীত।

ফাইল ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব মল্লিকাৰ্জুন খাৰ্গেই। কংগ্ৰেছ শিবিৰৰ মতে, ৰাষ্ট্ৰপতি ভৱনত শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ কংগ্ৰেছ সভাপতিগৰাকীক আমন্ত্ৰণ জনোৱা হৈছে। মল্লিকাৰ্জুন খাৰ্গেই সৌজন্যতাৰ খাতিৰতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

বাতৰি অনুসৰি, ইণ্ডিয়া ব্লকৰ অন্যান্য অংশগ্ৰহণকাৰী দলৰ নেতৃত্বৰ সৈতে আলোচনা কৰি খাৰ্গৰ উপস্থিতিৰ সিদ্ধান্ত লোৱা হৈছে। প্ৰথমতে কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ বৈঠকৰ পাছত জয়ৰাম ৰমেশ আৰু কে চি ভেনুগোপালে জনাইছিল যে কংগ্ৰেছলৈ কোনো নিমন্ত্ৰণ পত্ৰ অহা নাই। নিমন্ত্ৰণ আহিলে ইণ্ডিয়া ব্লকে সিদ্ধান্ত লৈ পদক্ষেপ গ্ৰহণ কৰিব।

অৱশ্যে কংগ্ৰেছে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিলেও দেওবাৰে সন্ধিয়া তৃণমূল কংগ্ৰেছৰ কোনো প্ৰতিনিধি ৰাষ্ট্ৰপতি ভৱনলৈ নাযায়। লোকসভাত তৃণমূল দলৰ নেতা সুদীপ বেনাৰ্জীয়ে জনায় যে প্ৰহ্লাদ যোশীয়ে তেওঁক ফোন কৰিছিল। নিমন্ত্ৰণো দিয়া হৈছে। অৱশ্যে দলটোৱে এই অনুষ্ঠানলৈ নোযোৱাৰ সিদ্ধান্ত লৈছে।

Apply Now

লগতে পঢ়কঃ দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ জয়জয়ময়ময় অৱস্থা; নীটত উত্তীৰ্ণ হ’ল চৰকাৰী স্কুলৰ ১৪১৪গৰাকী শিক্ষাৰ্থী

আনহাতে, দিল্লীত আজি আড়ম্বৰপূৰ্ণ শপত গ্ৰহণ অনুষ্ঠান। সন্ধিয়া ৭.১৫ বজাত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীৰ লগতে কেন্দ্ৰীয় কেবিনেটৰ আন সদস্যসকলে শপত গ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ অন্যান্য সদস্যসকলক শপত বাক্য পাঠ কৰাব।

ইতিমধ্যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে দিল্লীত আহি উপস্থিত হৈছে। শ্ৰীলংকা, মালদ্বীপ, মৰিচাছ, ভূটান, নেপালৰ ৰাষ্ট্ৰনেতাসকলো তাত উপস্থিত থাকিব।

নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰিত হৈছে চেন্ট্ৰেল ভিষ্টা প্ৰকল্পত নিযুক্ত কৰ্মীসকলক। আজিৰ অনুষ্ঠানত বন্দে ভাৰত নিৰ্মাণৰ কৰ্মীসকলো উপস্থিত থাকিব। ইয়াৰ উপৰিও উত্তৰাখণ্ড সুৰংগ দুৰ্যোগৰ পৰা ৰক্ষা পোৱা শ্ৰমিকসকলক আমন্ত্ৰণ জনোৱা হৈছে। সুৰংগটোৰ পৰা আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰ কৰা ৰেট হোল খননকাৰীসকলকো আমন্ত্ৰণ জনোৱা হৈছে। মুঠ আঠ হাজাৰ অতিথি উপস্থিত থাকিব।

লগতে পঢ়কঃ হাৰিয়ানাত ল’ৰিছে বিজেপিৰ খুঁটি! ভোটাৰক আকৰ্ষিত কৰিবলৈ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিনামূলীয়া বাছসেৱাৰ প্ৰতিশ্ৰুতি

এই অনুষ্ঠানটো ৰাষ্ট্ৰপতি ভৱনৰ অফিচিয়েল ইউটিউব চেনেলৰ লগতে নৰেন্দ্ৰ মোডীৰ অফিচিয়েল ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু দূৰদৰ্শনত লাইভ সম্প্ৰচাৰ কৰা হ’ব। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd