• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাফেল কেলেংকাৰী সন্দৰ্ভত মাজুলীত কংগ্ৰেছৰ সংবাদমেল

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , September 11, 2018 10:46 pm

1 min read

majuli congress
261
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তি হিচাপে খ্যাতি অৰ্জন কৰা ৩৬খন ৰাফেল যুদ্ধ বিমান ক্ৰয়ত বিজেপি চৰকাৰে বৃহৎ কেলেংকাৰী সংঘটিত কৰা বুলি মাজুলীত আজি কংগ্ৰেছে এক সংবাদমেল যোগে অভিযোগ কৰে।

মাজুলীৰ ৰাজীৱ ভৱনত আয়োজন কৰা উক্ত সংবাদমেলত প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু আৰু প্ৰদেশ কংগ্ৰেছৰ সম্পাদক মৃদুল মালাকাৰ উপস্থিত থাকি কয় যে ইউ পি এ চৰকাৰে তেওলোকৰ কাৰ্যকালত আহ্বান জনোৱা নিবিদা অনুসৰি ২০১২ চনৰ ১২ ডিচেম্বৰত প্ৰতিখন ৰাফেল যুদ্ধ বিমানৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ৫২৬.১০ কোটি টকা আছিল।

সেই অনুসৰি ৩৬ খন ৰাফেল যুদ্ধ বিমানৰ মূল্য হয়গৈ ১৮,৯৪০ কোটি টকা। কিন্তু মোডী চৰকাৰে প্ৰতিখন ৰাফেল যুদ্ধ বিমান ১৬৭০.৭০ কোটি টকাকৈ ক্ৰয় কৰি ৩৬ খন বিমানত মুঠ ৬০,১৪৫ কোটি টকা ব্যয় কৰে বুলি তেওঁলোকে সদৰী কৰে।

সংবাদমেলত তেওঁলোকে লগতে প্ৰকাশ কৰে যে ডাছল্ট এভিয়েচনৰ ২০১৬ চনৰ বাৰ্ষিক প্ৰতিবেদন আৰু ৰিলায়েন্সে ২০১৭ চনৰ ১৬ ফেব্ৰুৱাৰীত প্ৰকাশ কৰা প্ৰেছ বিবৃতিত এই মূল্য উল্লেখ আছে।

মোদী চৰকাৰে ৰাফেল বিমান ক্ৰয় কৰাৰ ক্ষেত্ৰত অতিৰিক্তভাৱে ৪১,২০৫ কোটি টকাৰ ৰাজহুৱা ধন অপব্যৱহাৰৰ কাৰণ দাঙি ধৰিব পাৰিবনে বুলিও দলটোৱে প্ৰশ্ন কৰে।

Recent News

dc-Cover-fosgj

নিষ্ঠুৰ পিতৃ: দোকানৰ পৰা বিড়ি আনি দিয়াত পলম হোৱাৰ বাবেই জ্বলাই দিলে ১০ বছৰীয়া পুত্ৰক

FB_IMG_1611046341596(2)

অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত এচামে আমাৰ জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: দিপাংক নাথ

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd