DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিঙিত পিয়াজৰ মালা পিন্ধি, ঘোঁৰা গাড়ীলৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

জাহ্নৱী  বৰুৱা by জাহ্নৱী বৰুৱা
February 24, 2021 4:00 pm
bhaba
152
VIEWS
Share on FacebookShare on Twitter

পেট্ৰল, ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত কংগ্ৰেছে আজি গুৱাহাটীৰ ৰাজপথত  প্ৰতিবাদ সাৱস্ত্য কৰে।

আজি গণেশগুৰি স্থিত পেট্ৰল পাম্পত অসম প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মী একাংশই ডিঙিত পিয়াঁজৰ মালা পিন্ধি আৰু ঘোঁৰা গাড়ী লৈ এক অভিনৱ প্ৰতিবাদ সাৱস্ত্য কৰে।

পেট্ৰল ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ বাবে এই প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে গুৱাহাটীৰ কেইবাটাও ব্লক কংগ্ৰেছে।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ লগতে কংগ্ৰেছৰ আৰ. পি.শৰ্মা আৰু মহানগৰ জিলা কংগ্ৰেছৰ সভানেত্ৰী জুৰি শৰ্মাৰ লগতে বহু কংগ্ৰেছী নেতা-কৰ্মী উপস্থিত থাকে।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী অকণ বৰাই কয় ” ভাৰতবৰ্ষ তথা সমগ্ৰ অসমত মূল্যবৃদ্ধি কৰি বিজেপি চৰকাৰে সাধাৰণ জনতাক যি হাৰাশাস্তি দিছে তাৰ প্ৰতিবাদ কল্পে  আজি আমি এই প্ৰতিবাদ কৰিছোঁ।”

নিৰ্বাচনৰ পূৰ্বে পেট্ৰ’ল, ডিজেল, ইন্ধনৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম কমাব বুলি প্ৰতিশ্ৰুতি দিয়া নৰেন্দ্ৰ মোদীক সমালোচনা কৰি বৰাই কয় “৭ বছৰৰ আগত কংগ্ৰেছে মূল্যবৃদ্ধি কৰা বুলি প্ৰচাৰ চলাই মোক ভোট দিয়ক আৰু মোক প্ৰধান মন্ত্ৰী বনাওক বুলি নৰেন্দ্ৰ মোদীয়ে কৈছিল। তেওঁক প্ৰধান মন্ত্ৰী বনালে তেওঁ মূল্যবৃদ্ধি ৰোধ কৰিব আৰু এনে বিভিন্ন আশা দিছিল, কিন্তু ৭ বছৰে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে একোৱে নকৰিলে মাথোঁ পুঁজিপতিৰ স্বাৰ্থত অসম খনক বিক্ৰী কৰিলে।”

Recent News

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd