• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আইনৰ সহায়ত কংগ্ৰেছে কাঢ়ি ল’লে লখিমপুৰ পৌৰসভা; নিৰ্দলীয় আৰু কংগ্ৰেছী সদস্যক মেনেজ কৰি দখল কৰিছিল বিজেপিয়ে

অগপৰ সদস্যা ৰেণুকা বৰগোহাঁইৰ কংগ্ৰেছত যোগদান

এন ই নাও নিউজ by এন ই নাও নিউজ
November 10, 2018 9:01 am
Lakhimpur Municipal Board
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আইনৰ সহায়ত কংগ্ৰেছে কাঢ়ি ল’লে লখিমপুৰ পৌৰসভা; নিৰ্দলীয়, কংগ্ৰেছী পাৰিষদক মেনেজ কৰি দখল কৰিছিল বিজেপিয়ে

ৰাজ্যত বিজেপি শাসনলৈ অহাৰ পিছতে সংখ্যাগৰিষ্ঠতা নথকা সত্ত্বেও নিৰ্দলীয় আৰু এজন কংগ্ৰেছী পাৰিষদক মেনেজ কৰি লখিমপুৰ পৌৰসভাখন দখল কৰা বিজেপিৰ পৰা আইনৰ সহায়ত পুনৰ দখল কৰিলে কংগ্ৰেছে। ৯ নৱেম্বৰত পৌৰসভাখনৰ পৌৰপতি হিচাপে সূৰ্য ফুকনক শপত পাঠ কৰোৱায় সাংসদ ৰাণী নৰহে। ৰেণুকা বৰগোহাঁয়ে উপ-পৌৰপতি হিচাপে দায়িত্ব লয়।

Apply Now

১৪ জনীয়া লখিমপুৰ পৌৰসভাখনৰ ক্ষেত্ৰত মন কৰিব লগীয়া কথাটো হ’ল নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দলেই আঠখন আসনত জয়লাভেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। কিন্তু ৰাজ্যত বিজেপি শাসনলৈ অহাৰ পিছতে হাতত দুখন আসন থকা বিজেপি অগপৰ দুখন আৰু দুজন নিৰ্দলীয় প্ৰাৰ্থীক নিজৰ লগলৈ নিবলৈ সক্ষম হৈছিল। তাৰোপৰি কংগ্ৰেছৰ পাৰিষদ প্ৰশান্ত দাসৰ পৰাও সমৰ্থন আদায় কৰিছিল। এই সাতজনৰ সৈতে স্থানীয় সাংসদ তথা বিজেপি নেতা প্ৰদান বৰুৱা, অগপ বিধায়ক উতপল দত্তৰ সমৰ্থনকে ধৰি বিজেপিয়ে ১১টা ভোটৰ সহায়ত পৌৰসভাখন দখল কৰিছিল।

কিন্তু পিছত কংগ্ৰেছৰ পাৰিষদজনে বিজেপিৰ প্ৰাৰ্থীজনৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ কৰে। ফলত সংখ্যাগৰিষ্ঠতা নোহোৱা হয় দলটোৰ। এই পৰিস্থিতিৰ পিছতে কংগ্ৰেছে বিজেপিৰ পৌৰপতি সমীৰণ কোঁৱৰৰ প্ৰতি অনাস্থা প্ৰকাশ কৰি জিলা প্ৰশাসনক অৱগত কৰে। আনকি বিজেপিৰ সদস্য মিলন চন্দ্ৰ দেৱনাথেও সমীৰণ কোঁৱৰৰ প্ৰতি অনাস্থা প্ৰকাশ কৰে। কিন্তু তৎসত্ত্বেও জিলা প্ৰশাসনে এইক্ষেত্ৰত কোনো পদক্ষেপ লোৱাৰ পৰা বিৰত থাকে।

পিছত নিৰুপায় হৈ কংগ্ৰেছী সদস্যসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে। সেই অনুসৰি উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ৯ নৱেম্বৰত পৌৰসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিছিল যদিও পৌৰপতি সমীৰণ কোঁৱৰে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰি পদত্যাগ কৰে। তাৰ পিছতে হোৱা আস্থা ভোটত কংগ্ৰেছৰ পৌৰপতি সূৰ্য্য ফুকনৰ সপক্ষে ১১টা ভোট পৰে। বিজেপিৰ পক্ষত পৰে ৬টা ভোট। ফলত পুনৰ কংগ্ৰেছৰ দখললৈ গ’ল উত্তৰ লখিমপুৰ পৌৰসভা।

মন কৰিব লগীয়া যে অগপ আৰু বিজেপিৰ ৬গৰাকী ৱাৰ্ড সদস্যৰ ভিতৰত দুগৰাকীয়ে দল ত্যাগ কৰে। অগপৰ ৰেণুকা বৰগোহাঁয়ে কংগ্ৰেছত যোগদান কৰে। ফলত বিজেপি মিত্ৰজোঁটৰ পাৰিষদৰ সংখ্যা ৪গৰাকীলৈ সীমাবদ্ধ হয়।

তাৎপৰ্য্যপূৰ্ণ কথাটো হ’ল নতুনকৈ পৌৰপতি হোৱা সূৰ্য্য ফুকনৰ বিৰুদ্ধেও আছে ৰাজহুৱা ধন আত্মসাতৰ অভিযোগ। আনকি এই সম্পৰ্কীয় গোচৰত তেওঁ বৰ্তমান জামিনতহে আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

September 24, 2026 3:08 pm
আদানীৰ  বিৰুদ্ধে প্ৰশ্ন তুলি মানহানিৰ গোচৰত কাৰাৰুদ্ধ বিশিষ্ট সাংবাদিক ৰবি নায়াৰ

আদানীৰ  বিৰুদ্ধে প্ৰশ্ন তুলি মানহানিৰ গোচৰত কাৰাৰুদ্ধ বিশিষ্ট সাংবাদিক ৰবি নায়াৰ

September 24, 2026 2:57 pm
পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

September 24, 2026 2:29 pm
হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

September 24, 2026 1:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

September 24, 2026 3:08 pm
আদানীৰ  বিৰুদ্ধে প্ৰশ্ন তুলি মানহানিৰ গোচৰত কাৰাৰুদ্ধ বিশিষ্ট সাংবাদিক ৰবি নায়াৰ

আদানীৰ  বিৰুদ্ধে প্ৰশ্ন তুলি মানহানিৰ গোচৰত কাৰাৰুদ্ধ বিশিষ্ট সাংবাদিক ৰবি নায়াৰ

September 24, 2026 2:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd