• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰ এছ এছক প্ৰশংসা; ২১’ৰ দলৰ মিছন-৮০’ৰ নেতৃত্ব ল’বলৈ সাজু তৰুণ গগৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 17, 2019 9:21 pm
TG-1140x570

গুৱাহাটীত সোমবাৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল। ফটো : য়ু বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘আৰ এছ এছৰ নিৰ্বাচনী ৰণনীতি, জনসংযোগ অনুকৰণ কৰিবলগীয়া।‘ সোমবাৰে গুৱাহাটীত এখন সংবাদমেলত এইদৰে কয় প্ৰাক্তন মুখ্য মন্ত্ৰী তৰণ গগৈয়ে।

কংগ্ৰেছে অহা ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অসমৰ ১২৬ খন আসনৰ ভিতৰত ৮০ খন আসনত বিজয়ৰ লক্ষ্য বান্ধি লৈছে আৰু সেইদৰে ৰাইজৰ কাষলৈ যাবলৈ পৰিকল্পনা কৰিছে।

Apply Now

‘’আমি ২০২১’ৰ বাবে ‘মিছন-৮০’ৰ লক্ষ্য স্থিৰ কৰিছো আৰু এতিয়াৰে পৰা সেই লক্ষ্য পূৰণৰ কামত লাগিম। এয়া এক অতি কঠিন প্ৰত্যাহ্বান আৰু সহজ নহয়, কিন্তু আমি তাক গ্ৰহণ কৰিবলৈ সাজু আছো,’’- সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে এইদৰে কয়।

গগৈয়ে লগতে কয় যে ২০২১’ত ক্ষমতালৈ অহাৰ প্ৰধান ৰণকৌশল হ’ব জনসাধাৰণৰ লগত সম্পৰ্ক পুনৰ স্থাপন কৰা আৰু ইয়াৰ বাবে বুথ কমিটিসমূহক শক্তিশালী কৰি গঢ়ি তোলা।

তেওঁ স্বীকাৰ কৰে যে ২০০১ চনৰ পৰা ২০১৬চনলৈকে ক্ষমতাত থকাৰ পাছত দলটো আত্মসন্তুষ্টিত ভূগিছিল।

‘’আমি আৰ এছ এছৰ পৰা ৰাইজৰ সৈতে কেনেদৰে সম্পৰ্ক ৰক্ষা কৰিব লাগে সেয়া শিকিব পাৰো। আমি প্ৰত্যেক ঘৰলৈ যাম আৰু মানুহৰ সমস্যাৰ বিষয়ে বুজ ল’ম আৰু বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ প্ৰকৃততে লাভ কৰিছেনে নাই সেইটো চাম। আমি গাঁৱত অধিক সময় কটাব লাগিব,’’-গগৈয়ে কয়।

প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে কয় যে কংগ্ৰেছৰো সেৱা দল, ভাৰত যুৱক সমাজ আৰু আৰ এছ এছৰ দৰে আন সামাজিক সংগঠনৰ বিভিন্ন শাখা আছে যদিও এইবোৰ নিষ্ক্ৰিয় হৈ আছে।

‘’আমি জনসাধাৰণৰ সৈতে আমাৰ তৃণমূল সম্পৰ্ক পুনৰ গঢ়ি তুলিব লাগিব। আমি তেওঁলোকৰ অভাৱ-অভিযোগ শুনিব লাগিব আৰু আমাৰ পৰিকল্পনাৰ কাৰ্যসূচীত তেওঁলোকক জড়িত কৰিব লাগিব। তেতিয়াহ’লে তেওঁলোকে আমাক পুনৰ গ্ৰহণ কৰিব,’’-তেওঁ কয়।

‘মিছন-৮০’ৰ’ লক্ষ্যৰ নেতৃত্বত কোন থাকিব সেই প্ৰশ্নৰ উত্তৰত গগৈয়ে কয়, ‘’ মই সন্মুখৰ পৰা নেতৃত্বৰ দায়িত্ব ল’ম।‘’

গগৈয়ে অভিযোগ কৰে যে বিজেপিয়ে সমগ্ৰ দেশতে ধন আৰু বাহুবলৰ সহায়ত একদলীয় চৰকাৰ গঠনৰ পোষকতা কৰে, কিন্তু ই এক বিপদজনক গণতন্ত্ৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd