• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৱায়নাডৰ ১০০ টা ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে ঘৰ নিৰ্মাণ কৰিব কংগ্ৰেছে; ঘোষণা ৰাহুল গান্ধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2024 2:11 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৰালাৰ ৱায়নাড ভূমিস্খলনত ক্ষতিগ্ৰস্ত এশৰো অধিক পৰিয়ালৰ বাবে কংগ্ৰেছে নতুন ঘৰ নিৰ্মাণ কৰিব। শুকুৰবাৰে এই কথা ঘোষণা কৰে লোকসভাত বিৰোধী দলৰ নেতা তথা ৱায়নাডৰ প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়ে। তেওঁ কয় যে, “কেৰালাই ইমান ডাঙৰ দুৰ্যোগ কেতিয়াও দেখা নাই। তিনিটা বৃহৎ ভূমিস্খলনত ২৭৫ জনতকৈ অধিক লোকৰ মৃত্যু হয়। বহু লোক গৃহহীন হৈ পৰিছে।”

শুকুৰবাৰেও ৰাহুলে সাহায্য শিবিৰ পৰিদৰ্শন কৰি ভূমিস্খলনৰ ফলত অসহায় হৈ পৰা পৰিয়ালসমূহক সাক্ষাৎ কৰে। তেওঁৰ সৈতে উপ-নিৰ্বাচনত ঘোষিত কংগ্ৰেছ প্ৰাৰ্থী প্ৰিয়ংকাও উপস্থিত থাকে। ৰাহুলে কয় যে, বৃহস্পতিবাৰৰ পৰা আমি অবিৰতভাৱে ভূমিস্খলন ক্ষতিগ্ৰস্ত অঞ্চললৈ গৈ আছোঁ। ক্ষতিগ্ৰস্ত পৰিয়ালৰ লগতে স্থানীয় প্ৰশাসন আৰু পঞ্চায়ত প্ৰতিনিধিৰ সৈতে কথা পাতোঁ। ১০০ৰো অধিক ক্ষতিগ্ৰস্ত পৰিয়ালৰ ঘৰ পুনৰ নিৰ্মাণৰ দায়িত্ব ল’ব কংগ্ৰেছে।

৩০ জুলাই (মঙলবাৰ)ত ধাৰাসাৰ বৰষুণৰ বাবে এই ঘটনা সংঘটিত হয়। যাৰ কাৰণে চুডালমালা, মুণ্ডক্কাই, আট্টামালা, নুলপুঝা আদি গাঁওবোৰ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। বৃহস্পতিবাৰে ৱায়নাডত উপস্থিত হৈ ৰাহুল-প্ৰিয়ংকাই বৰষুণৰ মাজতে ভূমিস্খলন ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। দৃশ্যমানভাৱে আৱেগিক ৰাহুলে কয়, “এই ঘটনা মোৰ বাবে মোৰ পিতৃৰ মৃত্যুতকৈ অধিক যন্ত্ৰণাদায়ক।”

Apply Now

প্ৰসংগক্ৰমে এইবাৰৰ লোকসভা নিৰ্বাচনত ৰাহুলে উত্তৰ প্ৰদেশৰ ৰায়ে বৰেলীৰ লগতে ৱায়নাডৰ পৰা তিনি লাখতকৈ অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰে। ইয়াৰ পূৰ্বে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ৰাহুলে উত্তৰ প্ৰদেশৰ আমেথিৰ পৰা পৰাস্ত হৈছিল যদিও কেৰালাৰ ৱায়নাডত জয়ী হৈছিল ৰাহুল। কিন্তু এইবাৰ তেওঁ ৰায়ে বাৰেলীৰ আসন এৰি ৱায়নাডৰ সাংসদ পদৰ পৰা পদত্যাগ কৰে। কংগ্ৰেছে উপ-নিৰ্বাচনত সেই আসনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে প্ৰিয়ংকাক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd