DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ চৰকাৰ হ’লে অসমবাসীক CAA ৰ পৰা মুক্ত কৰা হ’ব : জীতেন্দ্ৰ সিং

নাৰী দিৱসৰ দিনাই কংগ্ৰেছৰ ঘোষণা ‘চাকৰিৰ ক্ষেত্ৰত ৫০ শতাংশ আসন নাৰীৰ বাবে সংৰক্ষিত হ’ব’

জাহ্নৱী  বৰুৱা by জাহ্নৱী বৰুৱা
March 8, 2021 5:33 pm
ccc(1)
198
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ডিজিটেল এল ই ডি উন্মোচন কৰাৰ মুহূৰ্তত প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙে ঘোষণা কৰে যে কংগ্ৰেছৰ চৰকাৰ হ’লে অসমবাসীক CAA ৰ পৰা মুক্ত কৰা হ’ব।

তেওঁ কংগ্ৰেছে দিয়া ৫ টা গ্যেৰান্টিৰ কথা পুনৰ উল্লেখ কৰি কয় ‘চাহ শ্ৰমিক সকলৰ দৈনিক বানচ ৩৬৫  টকালৈ বঢ়াই  দিয়া হব। মহিলা সকলক ২০০০ টকাকৈ প্ৰত্যেক মাহত তেওঁলোকৰ সন্মানপূৰ্বক কামৰ বাবে প্ৰদান কৰা হব।

যুৱ প্ৰজন্মৰ বাবে বিশেষকৈ বেলেগ ৰাজ্যত কৈ নিবনুৱা হৈ থকা যুৱ প্ৰজন্মক ৫ লাখ চাকৰি আৰু ২৫ লাখ বেচৰকাৰী চাকৰি প্ৰদান কৰিবলৈ চেষ্টা কৰা হব যত ৫০% মহিলাৰ বাবে উপলব্দ্ধ হব।

তাৰ লগতে মূল্যবৃদ্ধি ৰোধৰ বাবে প্ৰয়াস কৰি ২০০ ইউনিটলৈ বিজুলী মাচুল মাফ ক’ৰা হব।

আনহাতে, উক্ত অনুষ্ঠানত উপস্থিত থাকি কংগ্ৰেছী সাংসদ আব্দুল খালেক কয় -“আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাখন অসমত প্ৰথম বাবাৰ বাবে সমগ্ৰ দেশতে যে মহিলা বাবে যি ৫০% চাকৰিৰ প্ৰতিশ্ৰুতি দিয়া হ’ল। এই ৫ বছৰে বিজেপিয়ে যিমানবোৰ প্ৰতাৰণা কৰিলে ,ব্ৰহ্মপুত্ৰৰ দুই পাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ কথা কৈছিল, তাৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰলৈ ন’গলেই।‘

‘ লোক সভাৰ মজিয়াত মই প্ৰশ্ন কৰোঁতে এই সন্দৰ্ভত কোনো প্ৰস্তাৱ যোৱা নাই বুলি তেওঁলোকে ক’লে। অসম চুক্তিৰ ৬নং দফালৈ দুবাৰকৈ কমিটি গঠন কৰিলে কিন্তু প্ৰতিবেদন খন গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সময় নহল। আনকি কেন্দ্ৰীয় গৃহ মন্ত্ৰী ২ জনকৈ ডেপুইটিৰ ও সময় ন’হল।কেন্দ্ৰীয় বিভাগৰ সচিব সকলৰও সময় নহল।এফালে ৰাজ্য চৰকাৰে ৬নং দফাৰ প্ৰতিবেদন পৰীক্ষা কৰি থকা বুলিহে কৈছে।ৰাইজক দিয়া এনেধৰণৰ প্ৰতাৰণৰ বিৰুদ্ধে অসমৰ ৰাইজক জাতি মাটি ভেটিৰ নামত ঠগিলে তাৰ সঠিক প্ৰত্যুত্তৰ দিবৰ বাবে  এই count down  আৰম্ভ হৈছে।‘ খালেকে ভাষণ প্ৰসংগত এইদৰে কয়।

Recent News

Himanta Biswa Sharma

ৰাজ্যসভাৰ সাংসদ হৈয়ো মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হ’ল পবিত্ৰ মাৰ্ঘেৰিটা

Blood donation

Benifits of Blood Donation: ৰক্তদান সকলোৱে কৰে, নহয় জানো? ৰক্তদান কিয় কৰিব লাগে জানেনে?

Jasprit Bumrah breaks Kapil Dev’s record

বুমৰাহৰ আন এক অভিলেখ: ভংগ কৰিলে কপিল দেৱৰ নামত থকা ৪০ বছৰ পুৰণি ৰেকৰ্ড

Assam Career

Assam Career : অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰকল্প সহযোগীৰ পদ খালী পদ, কিদৰে কৰিব আবেদন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd