DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে গাঁৱৰ জকাইচুকৰ পৰা দিল্লীলৈ চলিব প্ৰতিবাদ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
January 7, 2022 8:07 pm
217
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বৃহৎ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে গাঁৱৰ জকাই চুকৰ পৰা চহৰলৈ, চহৰৰ পৰা জিলাৰ সদৰলৈ, জিলাৰ সদৰৰ পৰা ৰাজ্যৰ প্ৰধান কেন্দ্ৰলৈ ৰাজ্যৰ পৰা দিল্লীলৈকে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বৃহৎ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন কৰিব প্ৰদেশ কংগ্ৰেছে।

ৰাজীৱ ভৱনত সংবাদমেল অনুষ্ঠিত কৰি এই কথা ঘোষণা কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যই।

অহা ১০ জানুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈকে প্ৰায় ১ মাহ জুৰি চলিব এই আন্দোলন। ভূমিহীন, বঞ্চিত, নিস্পেষিত জনসাধাৰণক লগত লৈ চলিব এই সংগ্ৰাম।

তেওঁ আৰু কয় “দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল বুলি কংগ্ৰেছ দলক কটাক্ষ কৰা মুখ্যমন্ত্ৰীৰ পৰিবাৰ আৰু পৰিয়ালৰ বৃহৎ ভূমি কেলেংকাৰী। দৰিদ্ৰ লোকে ন্যায় নোপোৱালৈকে অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়াও ক্ষান্ত নহয়। বঞ্চিত ভূমিহীনৰ পক্ষে মাত মতাৰ সময় এয়া।”

অপূৰ্ব ভট্টাচাৰ্য্যৰ প্ৰশ্ন “চিলিং চৰকাৰী মাটি কেনেকৈ মুখ্যমন্ত্ৰীৰ পৰিয়ালে ক্ৰয় কৰিলে? RBS ৰিয়েল্টৰ্ছৰ বাবে আইন বেলেগ নেকি?”

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে এতিয়া এইদৰে সৰৱ হৈ পৰা দেখিবলৈ পোৱা গৈছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে তদন্তৰ দাবী তুলি গাঁৱৰ জকাই চুকৰ পৰা দিল্লীলৈকে চলাই নিব এই আন্দোলন।

Recent News

Manmohan Singh

ব্ৰিটেইনত জীৱনজোৰা সাধনাৰ সন্মানেৰে সন্মানিত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং

Massive Fire in Dhanbad

ঝাৰখণ্ডত বহুমহলীয়া অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড: ১৪ গৰাকীৰ মৃত্যু, আহত ১২ গৰাকী

Siddique Kappan

ন্যায়ালয়ৰ আদেশকো অমান্য! জামিন লাভৰ এমাহ পাছতো কাৰাৰুদ্ধ ছিদ্দিক কাপ্পান

Cancer

কেন্সাৰৰ বিষয়ে জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd