• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰতিবাদৰ উত্তৰ দিবলৈ আহি আৰক্ষীৰ লাঠিৰ কোব খালে কংগ্ৰেছ কৰ্মীয়ে: ৰাজীৱ ভৱনৰ সন্মুখত বিজেপি-কংগ্ৰেছৰ তীব্ৰ সংঘাত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2026 7:27 pm
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত শনিবাৰে বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। দিল্লীত অনুষ্ঠিত এ আই সন্মিলনত যুৱ কংগ্ৰেছে কৰা প্ৰতিবাদৰ বিৰোধিতা কৰি প্ৰায় দুই শতাধিক বিজেপি আৰু অসম গণ পৰিষদৰ সমৰ্থকে হাতে হাতে দলীয় পতাকা আৰু ৰাহুল গান্ধীৰ বেনাৰ লৈ ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে কংগ্ৰেছ মুৰ্দাবাদ শ্ল’গান দিয়াৰ লগতে ৰাহুল গান্ধী আৰু গৌৰৱ গগৈৰ জুমুঠি দাহ কৰে। আনকি কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা বাহনতো একাংশ প্ৰতিবাদকাৰীয়ে কলা ৰং সানি পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে। যুৱ মৰ্চাৰ এজন নেতাই অভিযোগ কৰে যে সমগ্ৰ বিশ্বৰ প্ৰতিনিধি উপস্থিত থকা এ আই সন্মিলনৰ সময়ত যুৱ কংগ্ৰেছে দেশক লজ্জানত কৰিছে। তেওঁলোকৰ মতে ৰাহুল গান্ধী আৰু গৌৰৱ গগৈৰ চিন্তাধাৰা দেশৰ সাৰ্বভৌমত্বৰ পৰিপন্থী।

বিজেপিৰ এই প্ৰতিবাদৰ প্ৰত্যুত্তৰ দিবলৈ ৰাজীৱ ভৱনৰ পৰা শতাধিক কংগ্ৰেছ কৰ্মী ওলাই আহে আৰু পৰিৱেশ অধিক উত্তজনাপূৰ্ণ হৈ পৰে। কংগ্ৰেছ কৰ্মীসকলে বিজেপিৰ বিৰুদ্ধে মাটি চোৰ আৰু গৰু চোৰ বুলি শ্ল’গান দিয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প’ষ্টাৰ দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদক কেন্দ্ৰ কৰিয়েই আৰক্ষীৰ সৈতে কংগ্ৰেছ কৰ্মীৰ টনা-আঁজোৰা আৰম্ভ হয়। কংগ্ৰেছ কৰ্মীসকলৰ অভিযোগ যে আৰক্ষীয়ে পক্ষপাতিত্বমূলক আচৰণ কৰি বিজেপি কৰ্মীক বাধা দিয়াৰ পৰিৱৰ্তে তেওঁলোককহে আক্ৰোশমূলকভাৱে বাধা দিছে। এই প্ৰতিবাদৰ মাজতে আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীৰ ওপৰত লাঠিচালনা কৰাৰ লগতে চৰ মৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

Apply Now

এই সংঘাতৰ আটাইতকৈ চৰ্চিত দিশটো আছিল ২১ ফেব্ৰুৱাৰী অৰ্থাৎ শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত সংঘটিত হোৱা এক অপ্ৰীতিকৰ ঘটনা। কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতাক দিশপুৰৰ ডিচিপি মৃণাল ডেকাই চৰ মৰা বুলি জানিব পৰা গৈছে। এ আই সন্মিলনৰ বিৰোধিতাৰ প্ৰতিক্ৰিয়া স্বৰূপে বিজেপিৰ প্ৰতিবাদ চলি থকাৰ সময়তে আৰক্ষীৰ এই কাৰ্যই কংগ্ৰেছ কৰ্মীসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। দিনটোৰ এই ঘটনাই সমগ্ৰ গুৱাহাটীৰ ৰাজীৱ ভৱন এলেকাত এক প্ৰকাৰৰ যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি কৰে আৰু দুয়ো পক্ষৰ মাজত হোৱা এই কাজিয়াই ৰাজনৈতিক মহলত জোকাৰণি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd