• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বহুকেইগৰাকী কোঁচ-ৰাজবংশী নেতাৰ এন পি পিত যোগদান

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 23, 2019 9:13 pm
Conrad Sangma's NPP enters 'Kamatapur' in Assam

গুৱাহাটীত শনিবাৰে এন পি পিৰ সভা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কবিৰোধী আন্দোলনৰ সময়ত অসমত পাতনি মেলা কনৰাড চাংমা নেতৃত্বাধীন নেচনেল পিপলচ পাৰ্টিয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দলৰ ভেটি নিৰ্মাণৰ বাবে ইতিমধ্যেই অগ্ৰসৰ হৈছে। লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এন পি পিয়ে “কৰতোৱাৰ পাৰলৈকে” কোঁচ-ৰাজবংশী অধ্যুষিত অঞ্চলসমূহতো দলটোক প্ৰতিষ্ঠাৰ বাবে পদক্ষেপ লৈছে।

সেই উদ্দেশ্যে শনিবাৰে দলটোৱে অল কমতাপুৰ ষ্টুডেন্ট অৰ্গেনাইজেশ্যন, অল কোঁচ-ৰাজবংশী ষ্টুডেন্ট ইউনিয়ন (আক্ৰাছু) আৰু কোঁচ-ৰাজবংশী টে’ৰিটৰিয়েল কাউন্সিলৰ কেইবাজনো নেতাক যোগদান কৰোৱায়। এই অনুষ্ঠানত ভাগ লয় কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন (কে এল অ’)ৰ কেইবাজনো প্ৰাক্তন সদস্যই।

Apply Now

গুৱাহাটীৰ চানমাৰিত অনুষ্ঠিত এই যোগদান অনুষ্ঠানতেই দলটোত আনুষ্ঠানিকভাৱে যোগ দিয়ে কোঁচ-ৰাজবংশী টে’ৰিটৰিয়েল কাউন্সিলৰ সভাপতি ড০ প্ৰণৱজ্যোতি দাস ৰাজবংশীয়ে। ৰাজবংশীৰ উপৰিও ইতিমধ্যেই এন পি পিত যোগ দিয়া কোঁচ-ৰাজবংশী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন সভাপতি অভিজিৎ তালুকদাৰৰ উদ্যোগত শনিবাৰে দলটোত যোগ দিয়ে কোঁচ-ৰাজবংশী জনগোষ্ঠীয় সংগঠনকেইটাৰ প্ৰায় ১৫ জন নেতা-কৰ্মীয়ে।

অনুষ্ঠানত এন পি পিৰ নীতি-আদৰ্শ আৰু কাৰ্যপন্থাৰ বুজ ল’বলৈ উপস্থিত থাকে কে এল অ’ৰ প্ৰাক্তন নেতা হৰেশ্বৰ ৰায়, নানু চন্দ্ৰ ৰায় আৰু কনকেশ্বৰ ৰায়।

যোগদান অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি এন পি পিৰ অসম ৰাজ্যিক সমন্বয়ক দিলীপ বৰাই উত্তৰ-পূবৰ সকলো জাতি-জনগোষ্ঠীৰ মানুহৰ মনত সৃষ্টি হোৱা পাৰ্থক্য আঁতৰোৱাটো দলটোৰ এক উদ্দেশ্য হিচাপে অভিহিত কৰে।

‘দেশৰ স্বাধীনতাৰ ৭০ বছৰৰ পাছত আমি যিমান পালো তাতকৈ বেছি হেৰুৱালো। আমি উত্তৰ-পূবৰ জাতি-জনগোষ্ঠীসমূহৰ মাজত মাজৰ সম্পৰ্কত ফাঁট মেলিলে। কিন্তু এন পি পিয়ে সকলো জাতি-জনগোষ্ঠীকে এখন মঞ্চত আনিব বিচাৰো,’ দিলীপ বৰাই কয়।

অনুষ্ঠানটোত দলটোৰ অসম ৰাজ্যিক সহ সমন্বয়ক দিৱস ফুকনে কয় যে এন পি পিয়ে সংখ্যাৰ ওপৰত গুৰুত্ব নিদি অসমৰ গাঁৱে-ভূঞে দলটোক আগুৱাই নিয়াৰ পদক্ষেপ লৈছে। দলটোক কৰতোৱাৰ পাৰলৈকে বিস্তৃত কোঁচ-ৰাজবংশী অধ্যুষিত অঞ্চললৈ আগুৱাই নিয়াটো আজিৰ যোগদান কাৰ্যসূচীয়ে আৰম্ভ কৰিলে বুলি ফুকনে কয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm
অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd