• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৱশেষত জামিন পালে বিতৰ্কিত বিধায়ক শ্বেৰমান আলীয়ে

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
December 6, 2021 5:18 pm
Sherman Ali
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত কাৰাগাৰৰ পৰা ওলোৱাৰ পথ প্ৰশস্ত হ’ল বিধায়ক শ্বেৰমান আলীৰ।

প্ৰায় এমাহৰ পিছত অৱশেষত আজি কামৰূপ CJM আদালতে জামিন প্ৰদান কৰিছে বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক।

Apply Now

বিধায়কজনৰ বিৰুদ্ধে দিছপুৰ থানাৰ ৩৫৯৮/২১-নম্বৰত ১৫৩/১৫৩(A), ২৯৪/৫০০ ধাৰাত ৰুজু হৈ আছিল গোচৰ। লগতে ৪০৭/২১ নম্বৰত গীতানগৰ থানাত এক গোচৰ ৰুজু হৈ আছিল। তিনিওটা গোচৰতে জামিন লাভ শ্বেৰমান আলীৰ।

চাৰ্জশ্বীট দাখিল কৰাত পলম হোৱাৰ বাবেই শ্বেৰমান আলীয়ে জামিন লাভ কৰে।

অৱশ্যে পূৰ্বে ২ টা গোচৰত জামিন লাভ কৰিছিল শ্বেৰমান আলীয়ে। আজি গীতানগৰ থানাৰ গোচৰত বিধায়ক জনে জামিন লাভ কৰে।

উল্লেখ্য যে অসম আন্দোলনৰ শ্বহীদক লৈ অপমান সূচক মন্তব্য কৰিছিল বিধায়কগৰাকীয়ে।

তাৰ পাছতে সৰ্বত্তে প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত গ্ৰেপ্তাৰ হৈছিল বিধায়কগৰাকী।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

October 8, 2026 4:31 pm
গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

October 8, 2026 3:40 pm
লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

October 8, 2026 3:28 pm
২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

October 8, 2026 3:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

ক্ৰীড়াবিদ নানা পাটেকাৰ! ক্ৰিকেটাৰ, শ্বুটিঙতো সফলতা, জানেনে নানাৰ এই অন্য অধ্যায়?

October 8, 2026 4:31 pm
গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

October 8, 2026 3:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd