• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুনৰ বিতৰ্কিত মন্তব্য: ৭০-৮০ শতাংশ নেতাই পৰ্ণ চায় বুলি দাবী সাংসদ পাপ্পু যাদৱৰ

by
May 21, 2026 11:01 am
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্দলীয় সাংসদ পাপ্পু যাদৱে পুনৰ এক নতুন বিতৰ্কৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ তেওঁ দাবী কৰিছে যে দেশৰ প্ৰায় ৭০ৰ পৰা ৮০ শতাংশ ৰাজনীতিবিদে ম’বাইলত পৰ্ণগ্ৰাফী বা প্ৰাপ্তবয়স্কৰ ভিডিঅ’ চায়। কেৱল ইমানেই নহয়, এই কথা প্ৰমাণ কৰিবলৈ তেওঁ নিজৰ ফোনকে ধৰি আন সকলো নেতাৰ ফোন পৰীক্ষা কৰিবলৈও দাবী জনাইছে। পুৰ্ণিয়াৰ এই সাংসদগৰাকীৰ এনে মন্তব্যই এতিয়া ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইয়াৰ পূৰ্বেও পাপ্পু যাদৱে মহিলাসকলৰ ৰাজনীতিত অংশগ্ৰহণক লৈ এক আপত্তিজনক মন্তব্য কৰিছিল। তেওঁ কৈছিল যে প্ৰায় ৯০ শতাংশ মহিলাই পুৰুষ নেতাৰ কোঠালৈ নোযোৱাকৈ ৰাজনীতিত প্ৰৱেশ কৰিব নোৱাৰে। তেওঁৰ এই কথাৰ পিছত বিহাৰ ৰাজ্যিক মহিলা আয়োগে তেওঁলৈ জাননী প্ৰেৰণ কৰিছিল। কিন্তু এই জাননী পোৱাৰ পিছতো তেওঁ নিজৰ স্থিতিত অটল থাকে আৰু কয় যে তেওঁ যি কৈছে সেয়া সঁচা আৰু তেওঁ সংসদতো একে কথাই কৈছে। মহিলা আয়োগৰ জাননীক লৈ প্ৰশ্ন তুলি তেওঁ আয়োগৰ সদস্য সজল ঝাৰ একাংশ নেতাৰ সৈতে থকা ফটো ৰাজহুৱা কৰাৰো ভাবুকি দিয়ে। তেওঁ লগতে কয় যে কাঁচৰ ঘৰত থকা মানুহে আনলৈ শিল দলিয়াব নালাগে।

Apply Now

নিজৰ বক্তব্যৰ সমৰ্থনত পাপ্পু যাদৱে কয় যে তেওঁ আচলতে মহিলাসকলৰ অধিকাৰৰ বাবেহে মাত মাতিছে। তেওঁ প্ৰশ্ন কৰে যে পুৰুষ নেতাই মহিলাক শোষণ কৰাৰ কথা কোৱাত মহিলা আয়োগৰ কিয় ইমান আপত্তি হৈছে। তেওঁ তথ্য দাঙি ধৰি কয় যে সমগ্ৰ দেশতে প্ৰায় ৭৫৫ জন পুৰুষ ৰাজনীতিবিদৰ বিৰুদ্ধে যৌন শোষণৰ অভিযোগ আছে আৰু ইয়াৰে ১৫৫ জনৰ বিৰুদ্ধে ইতিমধ্যে চাৰ্জশ্বীট দাখিল কৰা হৈছে। একাংশ নেতাই মুখত মহিলা সংৰক্ষণৰ কথা কয় যদিও বাস্তৱত মহিলাক শোষণহে কৰে বুলি তেওঁ অভিযোগ কৰে। তেওঁৰ এই মন্তব্যক লৈ কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলেই তীব্ৰ সমালোচনা কৰিছে।

উল্লেখযোগ্য যে পাপ্পু যাদৱৰ এই বিতৰ্কিত মন্তব্য এনে এক সময়ত পোহৰলৈ আহিছে যি সময়ত সংসদত মহিলা সংৰক্ষণ বিধেয়কখন গৃহীত হোৱাত ব্যৰ্থ হৈছে। লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ কৰাৰ উদ্দেশ্যে অনা এই বিধেয়কখন পাছ কৰিবলৈ ৩৫২ টা ভোটৰ প্ৰয়োজন আছিল। কিন্তু বিধেয়কখনৰ সপক্ষে মাত্ৰ ২৯৮ টা আৰু বিপক্ষে ২৩০ টা ভোট পৰে। বিগত ১২ বছৰৰ ভিতৰত এয়া প্ৰথমবাৰৰ বাবে বিৰোধী একগোট হৈ চৰকাৰৰ এনে এক প্ৰস্তাৱক বাধা দিয়াত সফল হয়।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

July 22, 2026 10:35 am
২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

July 22, 2026 9:36 am
উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

July 22, 2026 8:44 am
প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

July 22, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

July 22, 2026 10:35 am
২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

July 22, 2026 9:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd