• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গোপনে দেশৰ নাম পৰিৱৰ্তন কৰিছে নেপালৰ প্ৰধানমন্ত্ৰী অ’লিয়ে! : দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি

এন ই নাও নিউজ by এন ই নাও নিউজ
November 8, 2020 8:21 pm
nepal-oli
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোপনে দেশৰ নাম সলনি কৰাৰ চেষ্টা নেপালৰ প্ৰধানমন্ত্ৰী কেপি অ’লিৰ।

পিছে বিষয়টো ৰাজহুৱা হোৱাৰ লগে লগে দেশজুৰি আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়া আৰু সমালোচনাৰ।

Apply Now

আনকি প্ৰধানমন্ত্ৰীৰ অ’লিৰ শাসকীয় দলৰ অভ্যন্তৰতো এই সম্পৰ্কে বিবাদ আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে।

দেশৰ অধিকাংশই প্ৰধানমন্ত্ৰী অ’লিক এই পদক্ষেপৰ বিৰত থাকিবলৈ দাবী জনাইছে।

জানিব পৰা মতে কিছু মাহৰ পূৰ্বৰে পৰা প্ৰধানমন্ত্ৰী অ’লিয়ে এই গোপন প্ৰক্ৰিয়াৰ আৰম্ভ কৰিছিল। নেপালৰ সংদসীয় বিষয়ক, আইন আৰু বিচাৰ মন্ত্ৰণালয়ক দেশৰ নাম সলনি কৰিবলৈ এক নিৰ্দেশনা জাৰি কৰিছিল অ’লিয়ে।

উক্ত নিৰ্দেশনাৰ জৰিয়তে সমগ্ৰ চৰকাৰী সংস্থাক দেশখনৰ নাম ‘ফেডাৰেল ৰিপাব্লিক অৱ নেপালৰ( Federal Democratic Republic of Nepal)’ পৰিৱৰ্তে কেৱল ‘নেপাল’ নামটো লিখাৰ বাবে নিৰ্দেশ জাৰি কৰা হয়।

নিৰ্দেশনাটোত দেশৰ নামটো হঠাতে কিয় আৰু কেনেকৈ পৰিৱৰ্তন কৰা হ’ল সেই বিষয়ে স্পষ্ট বিৱৰণো দিয়া হোৱা নাই। যাৰ ফলত শাসকীয় দলটোৰ মাজতো এই বিষয়টোক লৈ বিবাদ আৰম্ভ হৈছে।

ইফালে দেশখনৰ সংবিধান বিশেষজ্ঞসকলে দেশৰ নাম চৰকাৰে হঠাতে পৰিৱৰ্তন কৰিব নোৱাৰে বুলি মন্তব্য প্ৰকাশ কৰিছে। ইয়াৰ বাবে মন্ত্ৰী সভা আৰু সংসদত আইন গৃহীত কৰিব লাগে।

কিন্তু দেশখনৰ প্ৰধানমন্ত্ৰীয়ে এনে কোনো আইনী প্ৰক্ৰিয়া সম্পন্ন নকৰাকৈয়ে দেশখনৰ নাম সলনি কৰাৰ পদক্ষেপ গ্ৰহণ কৰা বুলি সমালোচিত হৈছে।

উল্লেখ্য যে ২০১৫ চনৰ ছেপ্টেম্বৰ মাহত সংবিধানত দেশখনৰ নাম ‘ফেডাৰেল ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ নেপাল’ হিচাপে উল্লেখ কৰা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

August 30, 2026 10:38 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 30, 2026 9:23 am
চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

August 30, 2026 9:09 am
ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

August 30, 2026 8:12 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

August 30, 2026 10:38 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 30, 2026 9:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd