DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 12, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰাধাৰ ৰূপত অশ্লীল নৃত্য! ছানী লিয়নিৰ নতুন গানৰ ভিডিঅ’ত ধৰ্মীয় আবেগক আঘাত হনাৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2021 4:04 pm
sunny-1640186496
3.6k
VIEWS
Share on FacebookShare on Twitter

ছানী লিয়নিৰ নতুন গানৰ ভিডিঅ’ ‘মধুবন মে ৰাধিকা নাচে’ বুধবাৰে মুক্তি পাইছে। এই গানটোত নৃত্য কৰা বলীউদৰ অভিনেত্ৰী ছানী এইবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে। ছচিয়েল মিডিয়াত ইতিমধ্যে গানটো নিষিদ্ধ কৰাৰ দাবী উঠিছে।

গানটোত ছানী লিয়নিৰ ‘অশ্লীল নৃত্য’ মানি ল’বলৈ অস্বীকাৰ কৰি বিভিন্নজনে কটু মন্তব্যও কৰিছে।

তেওঁলোকৰ অভিযোগ যে এই গানটোৰ নৃত্যৰে ছানী লিয়নিয়ে ৰাধা-কৃষ্ণৰ প্ৰেমক অসন্মান কৰিছে। ছানীৰ এনে নৃত্যভংগী কোনোমতেই মানি ল’ব খোজা নাই অভিযোগকাৰীসকলে।

Also Read: শ্বুটিং ছেটতে আহত বলীউদ তাৰকা টাইগাৰ শ্ৰফ; কেনেকৈ ঘটিল এই ঘটনা?

গানটোৰ মুক্তিৰ পাছতে ছচিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ জোৱাৰ উঠিছে। অধিকাংশই সদৰী কৰিছে যে গানটোত কেবল স্বল্পবসনা ছানীৰ অশ্লীল নৃত্যই নহয়, লগতে গানটোৰ কথাংশও যৌনদ্দীপক।

গানটোৰ দ্বাৰা ইশ্বৰক অপমান কৰা হৈছে বুলি নেটিজেনসকলে একেমুখে নিন্দা কৰিছে। তেওঁলোকৰ স্পষ্ট বক্তৱ্য যে ৰাধা কেতিয়াও নৰ্তকী নাছিল।

Have you watched it yet? #MadhubanSunnyLeonehttps://t.co/bcowk6XJTN

— sunnyleone (@SunnyLeone) December 22, 2021

পুৰণি মধুবন গানত ৰাধা-কৃষ্ণৰ যি আধ্যাত্মিক প্ৰেমৰ কাহিনী দাঙি ধৰা হৈছিল তাৰ পৰিৱৰ্তে ইয়াত আন প্ৰকাশভংগীহে দাঙি ধৰা হৈছে।

ছচিয়েল মিডিয়াত তীব্ৰ বিতৰ্কৰ সময়ত এতিয়ালৈকে গানটোৰ নিৰ্মাতাসকলে এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।  

Recent News

Taliban cleric Haqqani killed: কাবুলৰ আত্মঘাতী আক্ৰমণত নিহত তালিবান ধৰ্মগুৰু শ্বেখ ৰহিমুল্লাহ হাক্কানি

Taliban cleric Haqqani killed: কাবুলৰ আত্মঘাতী আক্ৰমণত নিহত তালিবান ধৰ্মগুৰু শ্বেখ ৰহিমুল্লাহ হাক্কানি

ৰাছিয়াৰ হৈ চোৰাংচোৱা কৰাৰ অভিযোগত বিচাৰৰ সন্মুখীন জাৰ্মানীৰ সামৰিক বিষয়া

ৰাছিয়াৰ হৈ চোৰাংচোৱা কৰাৰ অভিযোগত বিচাৰৰ সন্মুখীন জাৰ্মানীৰ সামৰিক বিষয়া

অসমীয়াৰ বাবে ৮০ শতাংশ চাকৰি সংৰক্ষণ: ৰাজহুৱা স্বাৰ্থজনিত আৱেদন গ্ৰহণ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

অসমীয়াৰ বাবে ৮০ শতাংশ চাকৰি সংৰক্ষণ: ৰাজহুৱা স্বাৰ্থজনিত আৱেদন গ্ৰহণ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

ৰাজ্যৰ নতুন মুখ্য সচিব নিযুক্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া পৱন কুমাৰ বৰঠাকুৰ

ৰাজ্যৰ নতুন মুখ্য সচিব নিযুক্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া পৱন কুমাৰ বৰঠাকুৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd