• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাৰ বিৰুদ্ধে যুঁজাৰ বাবে নিজৰ সমস্ত জমা ধন চৰকাৰলৈ আগবঢ়ালে এইজন অভিনেতাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 17, 2020 9:12 am

1 min read

869268-karanwahi-092019
23k
VIEWS
Share on FacebookShare on Twitter

দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’না ভাইৰাছৰ সংহাৰ। সেয়ে সামাজিক দূৰত্ব বজাই ৰখাৰ স্বাৰ্থত দেশৰ প্ৰধান মন্ত্ৰী মোদীয়ে ৪০ দিনীয়া লকডাউন ঘোষণা কৰিছে।

ভয়াবহ ৰূপ ধাৰণ কৰা ক’ৰ’নাৰ এই সংকটৰ সময়ত সাধাৰণ লোক তথা চৰকাৰক সহায়ৰ বাবে আগবাঢ়ি আহিছে বলিউদৰ বিভিন্ন তাৰকা। ভাইৰাছবিধৰ বিৰুদ্ধে যুঁজাৰ বাবে অভিনেতা-অভিনেত্ৰীসকলে প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে ধন।

এইবাৰ সহায় আগবঢ়োৱা তালিকাত নাম অন্তৰ্ভুক্ত হৈছে এজন টিভি তাৰকাৰ। টিভি অভিনেতা কৰণ ৱাহীয়ে ক’ৰ’নাৰ বিৰুদ্ধে যুঁজাৰ বাবে তেওঁৰ সম্পূৰ্ণ জমা ধন চৰকাৰক সাহায্য হিচাপে আগবঢ়াইছে।

অভিনেতাগৰাকীৰ এগৰাকী বান্ধবী আশা নেগীয়ে এই কথা ইনষ্টাগ্ৰামৰ জৰিয়তে ৰাজহুৱা কৰে।

অভিনেত্ৰীয় আশা নেগীয়ে কয় যে মই জানো কৰণে কেতিয়াও এই কথা ৰাজহুৱা নকৰে। সেয়ে তেওঁ এই কথা সকলোৰে লগত শ্বেয়াৰ কৰি আছে।

ইনষ্টাগ্ৰামত লিখিছে, ‍‘মই বহুত গৌৰৱ অনুভৱ কৰো যে মই কৰণৰ বন্ধু। কৰণে কোভিদ-১৯ৰ সাহায্যৰ বাবে নিজৰ সম্পূৰ্ণ জমা ধন আগবঢ়াইছে’।

Tags: COVID-19

Recent News

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd