• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Corona warrior award: নৰ্থ ইষ্ট নাওৰ সাংবাদিক জাহ্নৱী বৰুৱালৈ কৰোনা যোদ্ধা বঁটা, ২০২১

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 24, 2021 4:20 pm
367
VIEWS
Share on FacebookShare on Twitter

বে-চৰকাৰী সংস্থা সাহসীয়ে প্ৰত্যেক বছৰৰ দৰে এইবাৰো প্ৰদান কৰে সাহসী তথা কৰোনা যোদ্ধা বঁটা ২০২০১।

এই কৰোনা যোদ্ধা বঁটা লাভ কৰিবলৈ সক্ষম হয় নৰ্থ ইষ্ট নাওত কৰ্মৰত সাংবাদিক জাহ্নৱী বৰুৱাই।

অসম সাহিত্য সভাৰ উপ- সভানেত্ৰী মৃণালিনী দেৱীয়ে বঁটা প্ৰদান কৰে জাহ্নৱীক।

বঁটাৰ সৈতে চেলেং, ট্ৰফী, স্মাৰক , অসমৰ প্ৰতীক চিহ্ন গঁড়ৰ লগতে বড়ো জনগোষ্ঠীৰ আৰনাইৰে সম্বৰ্ধনা জনোৱা হয় জাহ্নৱীক।

জাহ্নবীৰ লগতে ২০২১ বৰ্ষৰ সাহসী-কৰোনা যোদ্ধা বঁটা লাভ কৰিবলৈ সক্ষম হয় ক্ৰমে সাংবাদিক নিপা কাকতি, ৰঞ্জিতা ৰাভা, অনিমেশ নাথ, মিন্টু হাজৰিকা, বিতোপন বৰা, মিতালী কোঁৱৰ, কৃষ্ণ ভূঞা, চন্দন কলিতা, পূজা দাস, অধিবক্তা অদিপ্তা চৌধুৰী, শিক্ষক বদন গগৈ, শিক্ষা বিষয়া অৰূপজ্যোতি মহন্ত, প্ৰকৃতিপ্ৰেমী অনুপ মোহন, আৰ টি আই কৰ্মী কৃতী কমল বৰা, আইন ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ বৰা, টাইপাৰ মুখপাত্ৰ গুণকান্ত গগৈয়ে লাভ কৰে।

ইয়াৰোপৰি নৰ্থ ইষ্ট নাওৰ ভিডিও জাৰ্নেলিষ্ট দ্বীপজ্যোতি ৰাজবংশীলৈ বিশেষ সন্মান প্ৰদান কৰে সাহসীৰ সভানেত্ৰী তৃষ্ণা নাথে।

অহা বৰ্ষলৈ দ্বীপজ্যোতি ৰাজবংশীক সাহসী বঁটা, ২০২২ লৈ মনোনীত কৰা হৈছে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ উপ- সভানেত্ৰী মৃণালিনী দেৱী, বিশিষ্ট অভিনেত্ৰী চেতনা দাসকে প্ৰমুখ্য কৰি আৰক্ষী বিষয়া মুকুল শইকীয়া।

Recent News

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd