• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সুস্থ হৈ ঘৰলৈ ওভতিল ক’ৰ’নাক্ৰান্ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 12, 2020 7:45 pm

1 min read

JOHNSON

ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন (ফাইল ফ'টো)

4.1k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাত আক্ৰান্ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন ক্ৰমাৎ সুস্থ হৈ উঠিছে।

ৰয়টাৰৰ বাতৰি অনুসৰি ব্ৰিটিছ প্ৰধনমন্ত্ৰীগৰাকীক সুস্থ হৈ উঠাৰ বাবে চিকিৎসালয়ৰ কৰ্তৃপক্ষই ইতিমধ্যে ঘৰলৈ যাবলৈ অনুমতি দিছে।

ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ উদ্ধৃতি দি সংবাদ প্ৰতিষ্ঠান ৰয়টাৰে কয় যে ‘সুস্থ হৈ উঠাৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীক হাস্পতাল কৰ্তৃপক্ষই বাসগৃহ চেকুৱেৰলৈ যাবলৈ দিছে।’

অৱশ্যে চিকিৎসকৰ দলটোৱে প্ৰধানমন্ত্ৰীজনক কিছুদিন জিৰণি ল’বলৈ পৰামৰ্শ দি কৈছে যে, ‘তেওঁ শীঘ্ৰে কামত ব্যস্ত হোৱা উচিত নহ’ব।’

উল্লেখ্য যে, ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বাবে ৫৫ বছৰীয়া প্ৰধানমন্ত্ৰী বৰিছক লণ্ডনৰ চেন্ট থমাছ হাস্পতালত চিকিৎসা কৰি থকা হৈছিল।

মাজতে ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ স্বাস্থ্য অধিক অৱনিত ঘটাৰ বাবে যোৱা ৬ এপ্ৰিলত আই চি ইউত ভৰ্তি কৰোৱা হৈছিল।

Tags: COVID-19

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd