• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আয়াৰলেণ্ডত এদিনতে ৫২ শতাংশ বৃদ্ধি পালে কৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 20, 2020 4:44 pm
Coronavirus

কৰ'না ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত স্বাস্থ্য পৰীক্ষা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ সুশৃখংল দেশ হিচাপে পৰিচিত আয়াৰলেণ্ডত কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা এদিনতে ৫২ শতাংশ বৃদ্ধি পাইছে।

আয়াৰলেণ্ডত বৃহস্পতিবাৰে কৰ’নাভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা এদিনতে ৩৬৬ গৰাকীৰ পৰা ৫৫৭ গৰাকীলৈ বৃদ্ধি পায়।

Apply Now

এয়া হৈছে আয়াৰলেণ্ডত এদিনতে কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংৰ্বাধিক সংখ্যা।

‘‘কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা এদিনতে ৫২ শতাংশ বৃদ্ধি হৈছে যদিও এই সংখ্যাই আমি সপ্তাহটোত আক্ৰান্ত হ’ব পৰা লোকৰ সংখ্যাৰ ধাৰণা অতিক্ৰম কৰা নাই,’’ আয়াৰলেণ্ডৰ শীৰ্ষ পৰ্যায়ৰ এগৰাকী চিকিৎসা বিষয়াই এইদৰে কয়।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে ইটালীত কৰ’না ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাই চীনত মৃত্যু হোৱা সংখ্যা অতিক্ৰম কৰিছে।

ইটালীৰ পাছতে চীন আৰু ইৰাণ কৰ’না ভাইৰাছৰ ফলত বৰ্তমানলৈ অধিক ক্ষতিগ্ৰস্ত হৈছে।

চীনৰ য়ুহান প্ৰদেশত প্ৰথমে সংহাৰ আৰম্ভ হোৱা কৰ’না ভাইৰাছ পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বলৈ বিয়পি পৰে আৰু গুৰুতৰ ৰূপ ধাৰণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ নতুন বিপদ লিম্পেট মাইন! হৰমুজত টেংকাৰত বৃহৎ আক্ৰমণ, ভিতৰত ২৭ জন ভাৰতীয় নাৱিক

এইবাৰ নতুন বিপদ লিম্পেট মাইন! হৰমুজত টেংকাৰত বৃহৎ আক্ৰমণ, ভিতৰত ২৭ জন ভাৰতীয় নাৱিক

October 31, 2026 10:23 am
“সম্পৰ্ক এটা শেষ কৰাৰ অধিকাৰ পুৰুষৰ নাই নেকি?”  ধৰ্ষণৰ ভুৱা গোচৰত প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

“সম্পৰ্ক এটা শেষ কৰাৰ অধিকাৰ পুৰুষৰ নাই নেকি?”  ধৰ্ষণৰ ভুৱা গোচৰত প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

October 31, 2026 9:46 am
হ্ৰাস পালে বিদেশী নিৰ্ভৰতা! ভাৰতৰ নতুন নেভিগেচন চেটেলাইট NVS-03 মহাকাশলৈ উৎক্ষেপণ

হ্ৰাস পালে বিদেশী নিৰ্ভৰতা! ভাৰতৰ নতুন নেভিগেচন চেটেলাইট NVS-03 মহাকাশলৈ উৎক্ষেপণ

October 31, 2026 9:22 am
ব্যৰ্থতা ঢাকিবলৈ ভয়ংকৰ কাণ্ড! মল-মূত্ৰ-বিষাক্ত দ্ৰব্যৰে ভৰা গেলা যমুনাৰ পানী খালে সাংসদ মনোজ তিৱাৰীয়ে

ব্যৰ্থতা ঢাকিবলৈ ভয়ংকৰ কাণ্ড! মল-মূত্ৰ-বিষাক্ত দ্ৰব্যৰে ভৰা গেলা যমুনাৰ পানী খালে সাংসদ মনোজ তিৱাৰীয়ে

October 31, 2026 9:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ নতুন বিপদ লিম্পেট মাইন! হৰমুজত টেংকাৰত বৃহৎ আক্ৰমণ, ভিতৰত ২৭ জন ভাৰতীয় নাৱিক

এইবাৰ নতুন বিপদ লিম্পেট মাইন! হৰমুজত টেংকাৰত বৃহৎ আক্ৰমণ, ভিতৰত ২৭ জন ভাৰতীয় নাৱিক

October 31, 2026 10:23 am
“সম্পৰ্ক এটা শেষ কৰাৰ অধিকাৰ পুৰুষৰ নাই নেকি?”  ধৰ্ষণৰ ভুৱা গোচৰত প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

“সম্পৰ্ক এটা শেষ কৰাৰ অধিকাৰ পুৰুষৰ নাই নেকি?”  ধৰ্ষণৰ ভুৱা গোচৰত প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

October 31, 2026 9:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd