• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দিল্লী আৰক্ষীয়ে নিজৰ বিভাগৰ ক’ৰ’নাত আক্ৰান্ত কৰ্মচাৰীক প্ৰদান কৰিব এক লাখ টকা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 19, 2020 9:22 pm

1 min read

Delhi Police

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

692
VIEWS
Share on FacebookShare on Twitter

দেশত অব্যাহত থকা ক’ৰ’না ভাইৰাছৰ সংহাৰ ৰোধৰ বাবে ৩ মে’লৈকে বৃদ্ধি কৰা হৈছে লকডাউন। ইয়াৰ মাজতে ক’ৰ’নাত আক্ৰান্ত কৰ্মচাৰীৰ বাবে সুখবৰ লৈ আহিছে দিল্লী আৰক্ষীয়ে।

দিল্লী আৰক্ষীয়ে জানিব দিয়া অনুসৰি যদি তেওঁলোকৰ কোনো কৰ্মচাৰী ক’ৰ’নাত আক্ৰান্ত হয় তেন্তে ৱেলফেয়াৰ ফাণ্ডৰ সহায়ত তেওঁলোকক এখ লাখ টকা সাহায্য হিচাপে প্ৰদান কৰিব।

দিল্লী আৰক্ষী আয়ুক্তই জাৰি কৰা এই আদেশত কোৱা হৈছে যে যদি দিল্লী আৰক্ষীৰ কোনো কৰ্মচাৰী ক’ৰ’নাত আক্ৰান্ত হয় তেন্তে তেওঁলোকক শীঘ্ৰে আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।

এই সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ মুখ্য কাৰ্যালয়ত কৰ্মচাৰীসকলে নিজৰ ইজৰ সবিশেষ দাখিল কৰিব। ইয়াৰ পিছত ক’ৰ’নাত আক্ৰান্ত কৰ্মচাৰী-বিষয়াক সাহায্য আগবঢ়োৱা হ’ব।

উল্লেখ্য যে ৰাজধানী দিল্লীত এই পৰ্যন্ত ১৮৯৩ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে আৰু ৪২ গৰাকী লোক ইয়াৰ ফলত মৃত্যুমুখত পৰিছে। আনহাতে ৭২ গৰাকী লোক ক’ৰ’নাৰ পৰা সম্পূৰ্ণ সুস্থ হৈ উঠা বুলি স্বাস্থ্য বিভাগে জনাইছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd