• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’নাভাইৰাছক লৈ ভয় নাখাব: ডাঃ ৰমেন তালুকদাৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
March 15, 2020 5:23 pm
Coronavirus: Don't panic, asks GMCH doctor

ডাঃ ৰমেন তালুকদাৰ। ছবি-- নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰে ক’ৰনা ভাইৰাছক লৈ জনসাধাৰণক আতংকিত নহ’বলৈ আহ্বান জনাইছে।

“জনসাধাৰণলৈ অনুৰোধ যাতে এইক্ষেত্ৰত ভীতিগ্ৰস্ত নহয়। কৰ’না ৰোগৰ লক্ষণসমূহ দেখিলে চিকিৎসকৰ সহায় লওক,” তালুকদাৰৰ আহ্বান।

Apply Now

তেওঁ লগতে কয় যে বাহিৰৰ পৰা কোনো লোক অহা মানেই কৰ’না আক্রান্ত নহয় আৰু তাক লৈ মিছাতে ভীতিগ্ৰস্ত হ’ব নালাগে।

জি এম চি এইচলৈ শনিবাৰে আমছৈৰ পৰা অনা লোকজনৰ গাত কৰ’নাভাইৰাছৰ বীজাণু নাই বুলি সদৰী কয় তালুকদাৰে কয় যে তেওঁক আজি যাবলৈ দিয়া হৈছে।

তেওঁ কয় যে কৰ’নাভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ কৰাসকলৰ ক্ষেত্ৰত যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু নমুনা পৰীক্ষা কৰা হৈছে।

“এতিয়ালৈ ২৯টা নমুনা সংগ্ৰহ কৰা হৈছিল৷ তাৰে ৭টা জি এম চি এইচৰ আৰু বাকীখিনি বাহিৰৰ ৰাজ্যসমূহৰ,” তেওঁ জনায়৷

তেওঁ লগতে জনাই যে কৰ’নাভাইৰাছ সম্পৰ্কীয় নমুনা জি এম চি এইচৰ লগতে ডিব্ৰুগড়, শিলচৰ আৰু যোৰহাটৰ চিকিৎসা মহাবিদ্যালয়ত পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে৷

উক্ত আটাইকেইখন চিকিৎসালয়তে কৰ’নাভাইৰাছত আক্ৰান্ত ৰোগীৰ বাবে আছুতীয়া কক্ষৰ ব্যৱস্থা কৰা হৈছে।

কৰ’নাভাইৰাছৰ বিৰুদ্ধে সুৰক্ষামূলক ব্যৱস্থাৰ অংশৰূপে অসম চৰকাৰে দেওবাৰৰ পৰা ২৯ মাৰ্চলৈকে অসমৰ সকলো শিক্ষানুষ্ঠান, ছবিগৃহ, জীম, ছুইমিং পুল বন্ধ কৰাৰ নিৰ্দেশ দিছে।

সকলো চৰকাৰী কাৰ্য্যসূচী বন্ধ কৰিবলৈ দিয়া হৈছে লগতে আয়োজিত হ’বলগীয়া আন ৰাজহুৱা অনুষ্ঠানো বাতিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

অসমত বৰ্তমানলৈকে কোনো লোক কৰ’নাভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ অহা নাই।

বৰ্তমানলৈকে ভাৰতত ১০৭জন লোক ক’ৰ’না ভাইৰাছত আক্রান্ত হৈছে, ইয়াৰে ১৭জন বিদেশী পৰ্যটক। ভাৰতত এই ভাইৰাছৰ ফলত দুজন লোকৰ মৃত্যু হৈছে।

বিশ্বৰ ১৪৯খন দেশৰ ১.৫ লাখ লোক ক’ৰ’নাত আক্রান্ত হৈছে আৰু ৫৬০৪জন লোকৰ মৃত্যু হৈছে।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd