DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাৰে যুঁজিবলৈ অসম চৰকাৰক কাজিৰঙা জীপ চাফাৰী সন্থাৰ ৫০ হেজাৰ টকাৰ সাহায্য

উত্তম শইকীয়া by উত্তম শইকীয়া
March 30, 2020 7:35 am
ক’ৰ’নাৰে যুঁজিবলৈ অসম চৰকাৰক কাজিৰঙা জীপ চাফাৰী সন্থাৰ ৫০ হেজাৰ টকাৰ সাহায্য
10.9k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ বাবে দেশত চলি থকা ল’কডাউনৰ পঞ্চম দিনা দেওবাৰে অসমৰ কেবিনেট মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই বোকাখাত নগৰ পৰিদৰ্শন কৰি ল’কডাউনত প্ৰশাসনে লোৱা ব্যৱস্থাৱলীৰ বুজ লয়।

মন্ত্ৰী গৰাকীয়ে মহকুমা স্বাস্থ্য বিষয়াৰ লগ কৰি বোকাখাতৰ অসামৰিক চিকিৎসালয়লৈ গৈ চিকিৎসালয়খনৰ পৰিস্থিতিৰ বুজ লয়।

আনহাতে অতুল বৰাক সাক্ষাত কৰি কাজিৰঙাৰ জীপ চাফাৰী সন্থাৰ বিষয়ববীয়াই ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবৰ বাবে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ ৫০ হেজাৰ টকাৰ এখন চেক অৰ্পণ কৰে।

কাজিৰঙাৰ জীপ চাফাৰী সন্থাৰ উপৰিও নুমলীগড়ৰ জয়চন্দ্ৰ শইকীয়াও অসম চৰকাৰৰ আৰোগ্য নিধিলৈ ১০ হেজাৰ টকাৰ চেক প্ৰদান কৰে। এই বদান্যতাৰ বাবে কাজিৰঙা জীপ চাফাৰী সন্থা আৰু জয়চন্দ্ৰ শইকীয়াক ধন্যবাদ জনায় অতুল বৰাই ৷

অতুল বৰাৰ মতে আজিৰ এই ভয়ংকৰ পৰিস্থিতিত মানুহৰ অদমনীয় শক্তিৰ ওচৰত ক’ৰ’না ভাইৰাছে হাৰ মানিব বুলি তেওঁ আশাবাদী।

Recent News

Ambassador Returns: নতুন ৰূপত ভাৰতলৈ ঘূৰি আহিছে এম্বেছাদৰ! লক্ষ্য বৈদ্যুতিক গাড়ীৰ বজাৰ

Ambassador Returns: নতুন ৰূপত ভাৰতলৈ ঘূৰি আহিছে এম্বেছাদৰ! লক্ষ্য বৈদ্যুতিক গাড়ীৰ বজাৰ

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd