• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’না ভাইৰাছ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশেষ সতৰ্কতা অৱলম্বন

উত্তম শইকীয়া by উত্তম শইকীয়া
April 8, 2020 2:27 pm
3k
VIEWS
Share on FacebookShare on Twitter

নিউয়ৰ্ক চিটিৰ চিৰিয়াখানাৰ নাডিয়া নামৰ এটা চাৰিবছৰীয়া মালায়ান বাঘৰ শৰীৰত ক’ৰ’না ভাইৰাছ ধৰা পৰাৰ পাছত অধিক সতৰ্ক হৈ পৰিছে ভাৰতৰ পৰিবেশ আৰু বন মন্ত্ৰ্যালয়।

বাঘৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি ধৰা পৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ বাঘ সংৰক্ষণ প্ৰাধিকৰণ আৰু কেন্দ্ৰীয় চিৰিয়াখানা প্ৰাধিকৰণে প্ৰতিখন ৰাজ্যৰ চৰকাৰলৈ কেতবোৰ নিৰ্দেশনা প্ৰেৰণ কৰিছে।

ইতিমধ্যে ৰাজ্য সমূহৰ চিৰিয়াখানা আৰু সংৰক্ষিত বনাঞ্চল, ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পৰ বনাঞ্চলক অধিক সতৰ্ক হ’বৰ বাবে নিৰ্দেশ দিয়া হৈছে।

কোনো লোকে যাত বন্যপ্ৰাণী নধৰে বাবে অনুমতি নোহোৱাকৈ আৱদ্ধ কৰি ৰাখে তাৰ বাবেও কাৰ্য ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে।

দেশৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ গাতে লাগি থকা পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ নামৰ কেন্দ্ৰটোলৈও ক’ৰ’না সংক্ৰমন প্ৰতিৰোধৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনা আহিছে।

কাজিৰঙাৰ বন্যপ্ৰাণীৰ নিৰাপত্তা আৰু ক’ৰ২না সংক্ৰমন প্ৰতিৰোধৰ বাবে এই নিৰ্দেশাৱলী কঠোৰভাৱে বলবৎ কৰিছে বন বিভাগে।

মানুহৰ সংস্পৰ্শৰ পৰা আঁতৰাই কেন্দ্ৰটোত থকা বন্যপ্ৰাণীৰ প্ৰতিপালন কৰিছে পানবাৰীৰ এই কেন্দ্ৰটোৱে৷ কেন্দ্ৰত থকা প্ৰতিটো বন্যপ্ৰাণীৰ স্বাস্থ্য সুক্ষ্মভাৱে নিৰীক্ষণ কৰিছে পশু চিকিৎসক সকলে।

ইয়াৰ উফৰি বাঘৰ আস্বাভাৱিক আচৰণ প্ৰত্যক্ষ কৰিলে তাৎক্ষনিকভাৱে কৰ্তৃপক্ষক অৱগত কৰিবৰ বাবে জনোৱা হৈছে।

কোভিদ-১৯কলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ কোনো চিন্তাৰ কাৰণ নাই যদিও কাষৰীয় অঞ্চলৰ পোহনীয়া গৰু, ম’হৰ পৰাহে ৰোগ সংক্ৰমণৰ সম্ভাৱনা আছে। যাৰ বাবে কাষৰীয় অঞ্চলৰ লোক সকলক সজাগ হ’বৰ বাবে আহ্বান জনাইছে উদ্যান কৰ্তৃপক্ষই।

ইফালে মানুহৰ শৰীৰৰ পৰা বন্যপ্ৰাণীৰ শৰীৰলৈ যাতে ৰোগ সংক্ৰমণ হ’ব নোৱাৰে তাৰ বাবে বিশেষ সতৰ্কতা অৱলম্বন কৰিছে কৰ্তৃপক্ষই।

কাজিৰঙাৰ ভিতৰৰ প্ৰতিটো বন শিৱিৰলৈ বিভাগীয় তত্বাৱধানত খাদ্য সামগ্ৰী যোগান ধৰা হৈছে। যাতে লক ডাউনৰ সময়ছোৱাত কোনো কাৰণতে যাতে তেওঁলোক ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলায় আহিব লগা নহয়।

উদ্যানখনৰ প্ৰতিটো বন শিৱিৰতে বন কৰ্মী সকলক হাত ধোৱাৰ বিশেষ ব্যৱস্থা কৰা হৈছে। লক ডাউনৰ সময়ত ওলায় আহিব পৰা বন্যপ্ৰাণীক কোনো কাৰণতে আৱদ্ধ বা কৰায়ত্ব নকৰিবৰ বাবে বিশেষ সজাগতাৰ ব্যৱস্থা কৰিছে অসমৰ বন বিভাগে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd