• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাক্সা জিলাত ক’ৰ’না সংক্ৰমণৰ সন্দেহত ত্ৰস্তমান ৰাইজ; আক্ৰান্ত নহয় বুলি GMCHৰ ঘোষণা

NE NOW NEWS দীপক কুমাৰ পাঠক
বাক্সা , March 28, 2020 8:34 pm

2 min read

22.3k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বত ক’ৰ’ণাৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ উপৰখুটি গাঁৱত এজন যুৱক ক’ৰ‘ণাত আক্ৰান্ত হোৱাৰ সন্দেহ স্থানীয় ৰাইজ ত্ৰস্তমান হৈ পৰে।

ইজৰাইলত অধ্যয়নৰত বাক্সাৰ এজন ছাত্ৰই যোৱা ২২ মাৰ্চত ইজৰাইলৰ পৰা উত্তৰ প্ৰদেশৰ এজন সহপাঠী বন্ধুৰ সতে একেখন বিমানতে ভাৰতলৈ উভতি আহিছিল৷

ইতিমধ্যে একেলগে বিমানেৰে ইজৰাইলৰ পৰা  অহা  উত্তৰ প্ৰদেশৰ বন্ধুজনৰ দেহত Covid-19 ৰ উপস্থিতি ধৰা (পজিটিভ) পৰা বুলি খবৰ লাভ কৰে বাক্সা জিলাৰ এই ছাত্রজনে৷

বন্ধুজন Covid-19 ত আক্ৰান্ত হোৱা বুলি খবৰ লাভ কৰি আজি বাক্সা জিলাৰ উপৰখুটি গাঁৱৰ ছাত্রজনে স্বাস্থ্য বিভাগ আৰু ১০৮ ৰ লগত নিজেই যোগাযোগ কৰে।

খবৰ পোৱাৰ লগে লগে স্বাস্থ্য বিভাগৰ লোক আহি ছাত্ৰজনৰ ঘৰত উপস্থিত হয় আৰু ছাত্ৰজনক পৰীক্ষা কৰি তেওঁৰ ট্ৰেভেল হিস্ত্ৰী লয়।

ইতিমধ্যে ছাত্রজনে কালিৰে পৰা তীব্ৰ জ্বৰ আৰু ডায়েৰিয়াত আক্ৰান্ত হৈছিল৷ ঘৰলৈ অহাৰ দিন ধৰি ব্যক্তিতভাৱে আইচ’লেশ্যনত আছিল ছাত্ৰজন।

ছাত্ৰজনৰ স্বাস্থ্য পৰীক্ষা কৰি তাৎক্ষণিকভাৱে চিকিৎসাৰ প্ৰক্ৰিয়া আৰম্ভ কৰি বাক্সা জিলা স্বাস্থ্য বিভাগে ছাত্ৰজনক গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰে৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সম্পন্ন হোৱা পৰীক্ষাত ছাত্ৰজন ক’ৰ’না ভাইৰাছত আক্ৰান্ত নহয় বুলি নিশ্চিত হৈছে।

ছাত্ৰজনে গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা ৰসায়ন বিভাগত ডক্টৰেট ডিগ্ৰী লাভ কৰি উচ্চ শিক্ষাৰ বাবে ইজৰাইললৈ গৈছিল।

ছাত্ৰজনৰ দেহত Covid-19 Positive ওলোৱাৰ সন্দেহত অঞ্চলবাসী আতংকিত হৈ পৰিছিল।

Tags: COVID19

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd