• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনী প্ৰচাৰত সামাজিক দূৰত্ব মানি চলা নাই ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে!

মাৰ্কিন সংবাদ প্ৰতিষ্ঠানৰ অভিযোগৰ প্ৰত্যুত্তৰ দিব পৰা হোৱাইট হাউছ আৰু ট্ৰাম্পে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 29, 2020 8:02 pm
index.jpgbn

নিৰ্বাচনী সভাত ৰাষ্ট্ৰপতি ট্ৰাম্প

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’নাতংকৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰত আৰম্ভ হৈছে আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ।

ইয়াকেলৈ ঠাইয়ে ঠাইয়ে জন সমাৱেশৰো আয়োজন কৰি আহিছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

Apply Now

উল্লেখ্য যে, মাৰ্কিন ৰাষ্ট্ৰপতিৰ পৰৱৰ্তী নিৰ্বাচনত পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

একাংশ মাৰ্কিন সংবাদ প্ৰতিষ্ঠানে এই নিৰ্বাচনী সভাবোৰত সামাজিক দূৰত্বক মানি চলা নাই বুলি অভিযোগ উত্থাপন কৰিছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে।

বিগত ২০ জুনৰ নিৰ্বাচনী সভা বিষয়ে উল্লেখ কৰি দ্য ৱাশ্বিংটন প’ষ্টএ কয় যে ওকলাহোমা চেন্টাৰৰ ড’নাল্ড ট্ৰাম্পৰ জন সভাত সামাজিক দূৰত্ব মানি চলা হোৱা নাছিল।

সংবাদ পত্ৰখনে কয় যে, ১৯ হাজাৰ আসনযুক্ত ষ্টেডিয়ামখনত এখন আসন এৰি এখন আসনত বহিবলৈ লোকসকলক নিৰ্দেশ দিয়া হৈছিল। তাৰ বাবে জনসভা আৰম্ভ হোৱাৰ পূৰ্বে দুখন আসনৰ মাজৰ আসনত অনুগ্ৰহ কৰি ইয়াত নবহিব বুলি ষ্টিকাৰ লগোৱা হৈছিল।

কিন্তু ড’নাল্ড ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব থকা সংস্থাসমূহে আসনত লগাই থোৱা সেই ষ্টিকাৰসমূহ এৰুৱাই দিয়া বুলি দ্য ৱাশ্বিংটন প’ষ্টএ দাবী কৰিছে।

এই দাবীৰ সমৰ্থনত এটি ভিডিঅ’ও ভাইৰেল কৰিছে মাৰ্কিন সংবাদ প্ৰতিষ্ঠানটোৱে।

এই অভিযোগ সন্দৰ্ভত এতিয়াও হোৱাইট হাউছে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। আনকি ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্বত থকা সংস্থাবোৰেও কোনো মন্তব্য কৰা নাই।

সেই জনসভাৰ সময়ত ওকলাহোমাত পূৰ্ণ গতিত কোভিড১৯ৰ সংক্ৰমণ ঘটি আছিল।

সেই সভাত অংশগ্ৰহণ কৰা পিছতে ট্ৰাম্পৰ ৮ গৰাকী সংগীৰ শৰীৰত কোভিড১৯ পজিটিভ পোৱা গৈছে। আৰু কেবাজনকো কোৱাৰেন্টাইন কৰা হৈছে।

কোভিড১৯ সংক্ৰমণৰ অব্যাহত থাকোতেও তাত ট্ৰাম্পে নিৰ্বাচনী জনসভা অনুষ্ঠিত কৰাত স্থানীয় স্বাস্থ্য বিষয়াই ট্ৰাম্পক আক্ৰমণ কৰা দেখা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd