• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’না আতংক : ২৯ মাৰ্চলৈকে বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি ৰাজ্যৰ সমূহ সংৰক্ষিত বনাঞ্চল

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , March 16, 2020 10:09 am

1 min read

Kaziranga National Park

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

15.1k
VIEWS
Share on FacebookShare on Twitter

সমগ্র বিশ্বজুৰি এতিয়া ক’ৰ’নাৰ আতংক। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাতো আৰম্ভ হৈছে ক’ৰ’নাৰ ত্ৰাস। বিভিন্ন স্থানৰ পৰা কাজিৰঙালৈ অহা পৰ্যটকৰ পৰা যাতে কাজিৰঙাৰ কৰ্মচাৰী তথা স্থানীয় মানুহলৈ এই বিজাণু সংক্ৰমিত হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে বন্ধ ঘোষণা কৰা হৈছে।

অসমৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক তথা চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন এম কে যাদৱে ১৫ মাৰ্চত জাৰি কৰা এক নিৰ্দেশ যোগে ১৭ মাৰ্চৰ পৰা ২৯ মাৰ্চ পৰ্যন্ত ৰাজ্যৰ চিৰিয়াখানা, সংৰক্ষিত বনাঞ্চলৰ লগতে ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প বন্ধ থাকিব।

বন বিভাগে ইতিমধ্যেই তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণ বা গৱেষণাৰ বাবে ১৯৭২ চনৰ বন্যপ্ৰাণী প্ৰতিৰক্ষা আইনৰ ২৮ অনুচ্ছেদৰ আধাৰত প্ৰদান কৰা সকলো অনুমতিও ২৯ মাৰ্চলৈকে স্থগিত ৰখা বুলিও উক্তি নিৰ্দেশত উল্লেখ কৰে।

অৱশ্যে এই নিৰ্দেশৰ পূৰ্বেই বহু পৰ্যটকে ইতিমধ্যে কাজিৰঙা এৰি নিজ দেশলৈ ওভটি গৈছে। বহুতে তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণৰ কাম আধাতে সামৰি ওভতি নিজ দেশলৈ ঘুৰি গৈছে।

উল্লেখযোগ্য ‘কা’ বিৰোধী আন্দোলনক লৈ সৃষ্টি হোৱা অস্থিৰতা আৰু তাৰ পিছত এতিয়া ক’ৰ’না ভাইৰাছৰ আতংকই এই বছৰ কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। খালি হৈ পৰিছে কাজিৰঙাৰ সকলোবোৰ পৰ্যটক নিৱাস৷

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd